মুখ্য-পৃষ্ঠা

Cracked Heels Problem: কি ভিটামিনৰ অভাৱত গোৰোহা ফাটে? শীতকালৰ এটা প্ৰধান সমস্যা গোৰোহা ফটা

৩টা বিশেষ ভিটামিনৰ অভাৱত গোৰোহা ফাটে। শীতকালত গোৰোহা ফাটি যোৱাৰ সমস্যাটো যথেষ্ট সাধাৰণ, অৱশ্যে ইয়াৰ আঁৰৰ কাৰণটো জনাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ, তেতিয়াহে সমস্যাটোৰ সমাধান হ'ব।(Cracked Heels Problem)

Victory Sculptures:বিজয় ভাস্কৰ্যৰে জাতিষ্কাৰ অসম বিধানসভা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ আনন্দই(Victory Sculptures) ৰাজ্যবাসীক উল্লাসিত কৰি ৰখাৰ সময়তে অসমত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অনাদৃত ৰূপত পৰি থকা জনজাতীয় কলা-সংস্কৃতি তথা ভাস্কৰ্যক এক নৱৰূপ প্ৰদান কৰাৰ অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে। সেই পদক্ষেপৰ বৃহস্পিতবাৰে সুন্দৰ প্ৰতিফলন ঘটিল অসম বিধানসভাৰ(Assam Assembly) বাকৰিত।

Road Accident: বিদ্যালয়লৈ যাওতে পিতৃ-কন্যাৰ সৈতে ঘটিল এই ঘটনা

আল্টা বাছৰ খুন্দাত নিহত শিক্ষক পিতৃ-কন্যা।(Road Accident)বঙাইগাঁও জিলাৰ তালগুৰীৰ নিত্যবজাৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা।আল্টা বাছ আৰু বাইকৰ মাজত সৃষ্টি হয় সংঘৰ্ষ।

Tulsi: প্ৰতিদিনে চুবাই খাব ৫ টা কৈ তুলসীৰ পাত, শৰীৰৰ পৰা নাইকিয়া হ’ব এইসমূহ ৰোগ

প্ৰতিদিনে মাত্ৰ ৫ টা তুলসীৰ পাত চোবাই খাব। তুলসীৰ স্বাস্থ্যৰ বাবে অতি উপকাৰি। দৈনিক পাঁচটা তুলসীৰ পাত চোবাই খালে শৰীৰে বহু ৰোগৰ পৰা সকাহ পাব পাৰে।(Tulsi)

Salman Khan: ৮৮ বছৰ বয়সত ভিনটেজ বাইক চলালে ছলমান খানৰ পিতৃয়ে, কাষতে থিয় হৈ চাই থাকিল ছলমানে

৮৮ বছৰ বয়সত চেলিম খানে এখন ভিনটেজ বাইক চলালে, ছলমান খানে তেওঁৰ কাষত থিয় হৈ চাই থাকিল, বাইকখনৰ মূল্য ৯,৪৯,০০০ লাখ টকা।(Salman Khan)

Popular