মুখ্য-পৃষ্ঠা

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ প্ৰশ্ন : অ’ত দিনে কিদৰে আৰক্ষীৰ চকুত ধূলি মাৰি ঘুৰি ফুৰিছিল বিকাশে ?

দৈনন্দিন বাৰ্তা : যোৱা শুকুৰবাৰে দুৰ্ধৰ্ষ গেংষ্টাৰ বিকাশ ডুবেক ধৰিবলৈ গৈ কানপুৰত নিহত হৈছিল আঠজন আৰক্ষী ৷ তাৰ পাছত পলাতক আছিল বিকাশ ৷ বৃহস্পতিবাৰে...

নগাঁৱত কিশোৰীৰ মৃত্যুক লৈ চাঞ্চল্য । ড্ৰাগচ সেৱন কৰাই হত্যা কৰাৰ সন্দেহ । ড্ৰাগছ ব্যৱসায়ী সহ আটক ৫।

নগাঁও : দুই বন্ধুৰ সৈতে ঘৰৰ পৰা ফুৰিবলৈ যোৱা এগৰাকী কিশোৰীয়ে ৰহস্যজনক ভাৱে মৃত্যুক সাৱতি লোৱা এক ঘটনাক কেন্দ্ৰ কৰি নগাঁও চহৰত তীব্ৰ চাঞ্চল্যৰ...

ৰেল শিল্পক ব্যক্তিগতকৰণ : তিনিচুকীয়াত ৰেল শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ।

তিনিচুকীয়া : খালে ঐ খালে প্ৰাইভেটাইজেচন কৰা নীতিয়ে ভাৰতীয় ৰেল শিল্পটোক খালে| খেদ ঐ খেদ কৰ্পৰেট গোষ্ঠীক খেদ| জাগ ঐ জাগ জনতা জাগ আদি...

কৃষক নেতা অখিল গগৈসহ “কা” আন্দোলনত জড়িত কাৰাৰুদ্ধ সকলক শীঘ্ৰে মুক্তিৰ দাবী : ৰাজপথত তিনি সংগঠনৰ প্ৰতিবাদত উত্তাল নাজিৰা ।

নাজিৰা : জাতি-মাটি-ভেটি সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰে দেশ তথা অসমৰ শাসনভাৰ গ্ৰহণ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰে সেই প্ৰতিশ্ৰুতি ৰক্ষাৰ বিপৰীতে "নাগৰিকত্ব সংশোধনী আইন"ৰ জৰিয়তে অসম আৰু...

কলিয়াবৰৰ ডা০ টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনত ক্ৰীড়াৰ উত্তৰণত নৱতম সংযোজন । বিধায়কৰ চিগনেচাৰ আঁচনিৰ অন্তৰ্গত দুমহলীয়া পেভিলিয়নৰ আধাৰশিলা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ।

কলিয়াবৰ : কলিয়াবৰৰ নাগশঙ্কৰস্থিত অলিম্পিয়ান ফুটবলাৰ ডা° টি. আওৰ স্মৃতিত উৎসৰ্গীত সমগ্ৰ ভাৰতৰে একমাত্ৰ খেলপথাৰ। ইয়াতেই অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত ৰাজ‍্যৰ এতিয়ালৈকে একমাত্ৰ ক্ৰীড়া...

Popular