মুখ্য-পৃষ্ঠা

বিএছএনএলৰ ফ’ৰ জি আপগ্ৰেডত চীনৰ সামগ্ৰী ব্যৱহাৰ কৰা নহ’ব । ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেট কৰিডৰৰ ঠিকা চীনা কোম্পানীৰ পৰা এৰোৱাৰ পদক্ষেপ ।

গুৱাহাটী :  দেশত চীনা সামগ্ৰী বৰ্জনৰ দাবী উত্থাপন হৈ আছে৷ গালৱান উপত্যকাত সেনাৰ সংঘৰ্ষত বাণিজ্যিক ক্ষেত্ৰত যে বেইজিঙক বহু সমস্যাৰ সৃষ্টি কৰিব তাৰ ইংগিত আৰম্ভ...

নামখলাত কভিড-১৯ পজিটিভৰ বাবে গণ সংক্ৰমণৰ আশংকাত অঞ্চলজুৰি চাঞ্চল্য ।

নামখলা :  নামখলাত কভিড-১৯ মহামাৰীৰ বাবে গণ সংক্ৰমণৰ আশংকাত আতংকিত হৈ পৰিছে বৃহত্তৰ অঞ্চল৷ মে' মাহৰ ২৭ তাৰিখে চেন্নাইৰ পৰা আহিছিল গোমঠাপাৰা (দাসপাৰা) যুৱক কৰুণা দাস আৰু...

গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ডঃ ৰিমঝিম বৰা “অসম চৰকাৰৰ এনএছএছ ৰাজ্যিক বঁটা”ৰ বাবে নিৰ্বাচিত ।

নাজিৰা : শিৱসাগৰ জিলাৰ অন্যতম পুৰণি উচ্চ শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ড০ ৰিমঝিম বৰাই "অসম চৰকাৰৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ...

খাৰুপেটীয়াৰ ইছলামপুৰৰ পৰা পঞ্চাশৰ্ধো ব্যক্তি নিৰুদ্দেশ, থানাত এজাহাৰ দাখিল ।

দলগাও : খাৰুপেটীয়াৰ নিকটৱৰ্তী ইছলামপুৰ গাঁৱৰ পৰা  নিৰুদ্দেশ হয় এগৰাকী  ৫৪ বছৰীয়া লোক। ঘটনা সম্পৰ্কে পৰিয়ালৰ লোকে ধূলা থানাত  দাখিল কৰে  এখন এজাহাৰ।  এজাহাৰত উল্লেখ কৰা মতে ১৫ জুনত পুৱা দৰঙৰ...

নাজিৰাৰ লেঙিবৰ ৰজাবাৰী পানী যোগান আচনি শুভাৰম্ভ ।

নাজিৰা : নাজিৰা মহকুমাৰ লেঙিবৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত প্ৰায় ৭১ লাখ টকাৰ ৰজাবাৰী পানীযোগান আঁচনিখন আজি  শুভাৰম্ভ কৰে নাজিৰা সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ...

Popular