মুখ্য-পৃষ্ঠা

জলসম্পদ বিভাগৰ নাজিৰা উপ-সংমণ্ডল কাৰ্যালয়ত সহকৰ্মী অভিযন্তাক ছুৰিকাঘাতৰ ঘটনা : অৱশেষত চাকৰিৰ পৰা নিলম্বিত হ’ল অভিযুক্ত কনিষ্ঠ অভিযন্তা অৰুণ চন্দ্ৰ বৰা ।

নাজিৰা : জলসম্পদ বিভাগৰ নাজিৰা উপ-সংমণ্ডল কাৰ্যালয়ত সহকাৰী কাৰ্যবাহী অভিযন্তা আৰু কণিষ্ঠ অভিযন্তাৰ মাজত সংঘটিত হোৱা ছুৰিকাঘাতৰ ঘটনাৰ মূল অভিযুক্ত অৰুণ চন্দ্ৰ বৰা নামৰ...

বকোৰ ছমৰীয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জনসম্পৰ্ক কাৰ্যসূচীৰ শুভাৰম্ভ ।

সোণতলী :  কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত ছমৰীয়াত কালি মুখ্যমন্ত্ৰীগৰাকীয়ে জনসম্পৰ্ক অভিযান কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ জনসম্পৰ্ক অভিযানকালত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মোডী চৰকাৰৰ কাৰ্যকালৰ সফলতাৰ এটি...

নলবাৰীত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সংবাদমেল ।

নলবাৰী : নলবাৰীৰ  বিজেপিৰ  কাৰ্যালয়ত আজি বিয়লি অনুষ্ঠিত  সংবাদ  মেল যোগে  অসম চৰকাৰৰ  চাৰিটা বছৰ সাফল্য আৰু কেন্দ্ৰীয়  চৰকাৰৰ সাফল্যৰ খতিয়ান ডাঙি ধৰে আইন আৰু ...

ক’ৰোনাৰ বাবে নিয়ম সলনি কৰিবলৈ বাধ্য হ’ল ৰামনুজনৰ অধ্যক্ষই : ৰামানুজনৰ ছাত্ৰ-ছাত্ৰীক মোবাইল ফোন ব্যৱহাৰৰ অনুমতি ।

নগাঁও : উচ্চতৰ মাধ্যমিকৰ কলা আৰু বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিগত বৰ্ষসমূহত চমকপ্রদ সফলতাৰ ধাৰা অক্ষুণ্ণ ৰখা নগাঁও চহৰৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত মোবাইল ফোন অথবা...

আলোকৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান ।

জামুগুৰিহাট : বিশ্বনাথ জিলাৰ নাগশংকৰ মৌজাৰ এক অন্যতম সামাজিক, সাংস্কৃতিক আৰু স্বেচ্ছাসেৱী অনুষ্ঠান আলোকৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰী নাগশংকৰ দেৱালয়ৰ সহভূমি...

Popular