মুখ্য-পৃষ্ঠা

আজি বিশ্ব পৰিবেশ দিৱস ৷ দৰঙৰ আন্ধেৰীঘাটত প্ৰতিশ্ৰুতিয়ে ৰোপণ কৰিলে এক হাজাৰ গছপুলি ৷

দৰঙৰ পৰা জয়দেৱ ডেকা ৷  আজি বিশ্ব পৰিবেশ দিবস ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দৰঙৰ আন্ধেৰীঘাটত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ৰোপণ কৰিছে গছপুলি...

গড়গাঁও কোৱাৰেন্টীন কেন্দ্ৰৰ আবাসী পলোৱাৰ ভূৱা বাৰ্তাঃ নাজিৰাত আটক ১ ।

নাজিৰা নাজিৰাৰ গড়গাঁও কলেজ চাব-ডিভিজনেল কোৱাৰেন্টাইন কেন্দ্ৰত বৰ্তমানলৈকে ৫৪ জন আবাসী থকা বুলি জানিব পৰা গৈছে । সময়ে সময়ে স্বাৱ পৰীক্ষাৰ ফলাফলত নিগেটিভ পোৱা বহুকেইজন...

লোক সংস্কৃতিৰ বিশিষ্ট গবেষক চাও লোকেশ্বৰ গগৈ চিকিৎসাধীন । আশু আৰোগ্যৰ প্ৰাৰ্থনা ।

ৰহা লোক সংস্কৃতিৰ বিশিষ্ট গবেষক , ৰহাৰ এগৰাকী জেষ্ঠ নাগৰিক , অৱসৰপ্ৰাপ্ত শিক্ষাবিদ , ৰহা নগৰৰ ১নং ৱাৰ্ডৰ গড়মাৰি নিবাসী চাও লোকেশ্বৰ গগৈ চিকিৎসাধীন । যোৱা কালি লোক সংস্কৃতিৰ গবেষক...

মংগলদৈ সমষ্টিত অসম আদৰ্শ গ্ৰাম যোজনাৰ ৫০ লাখ টকা আঁচনিৰ শুভ উদ্বোধন সাংসদ দিলীপ শইকীয়াৰ ৷

দৰঙৰ পৰা জয়দেৱ ডেকা  দৰঙত " অসম আদৰ্শ  গ্ৰাম যোজনা " ৰ অধিনত ৫০ লাখ টকাৰ কেইবাটাও আঁচনিৰ শুভ উদ্বোধন কৰে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ...

আজমল পাৰফিউম কোম্পানীৰ কৰ্মচাৰী ছমহীয়া সন্তানক বিষ খোৱাই -পিতৃয়ে কিয় আত্মহত্যা কৰিলে ?

কৰিমগঞ্জ কৰিমগঞ্জৰ বাৰইগ্ৰাম এলেকাৰ ইলাশপুৰ গাঁওত আজি এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । সন্তানক বিষ খোৱাই নিজেও  আত্মহত্যা কৰিলে এগৰাকী পিতৃয়ে  । পিতৃ মঞ্জুৰ আহমেদে পুত্ৰক বিষপান...

Popular