মুখ্য-পৃষ্ঠা

যোৰহাট জিলাৰ চাহ জনজাতি উন্নয়ন পৰিষদৰ অধ্যক্ষই টীয়ক-মৰিয়নি সাংবাদিকৰ মাজত বিতৰণ কৰিলে খাদ্যসামগ্ৰী

টীয়কৰ পৰা অঞ্জন প্ৰকাশ । যোৰহাট জিলাৰ চাহ জনজাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ তৰুণ ৰাজোৱাৰে টীয়কৰ কলিয়াপানী ব্লক বিজেপিৰ কাৰ্যালয়ত আজি টীয়ক প্ৰেছ ক্লাৱৰ সদস্যসলক কিছু...

দিখৌ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঐতিহাসিক গৰখীয়া দ’ল : বিজ্ঞান সন্মত ভাৱে সৌন্দৰ্যবৰ্ধন আৰু সংৰক্ষণৰ দাবী সংগ্ৰামী যুৱ — ছাত্ৰ পৰিষদৰ।

দিলীপ হাজৰিকা : নাজিৰা : ছশ বছৰীয়া আহোম ৰাজত্ব কালৰ গৌৰৱময় ইতিহাসৰ সোণালী স্বাক্ষৰ বহন কৰা পৌৰানিক কৃৰ্তিচিহ্ন সমূহৰ উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত...

দৰঙত গীতেৰে কৰ’না ভাইৰাছৰ সজাগতা সৃষ্টিৰ প্ৰয়াস শিক্ষক সোনাৰাম ডেকাৰ

মঙলদৈ পৰা অজয় ডেকা। কৰ’না  মহামাৰীৰ বাবে সমগ্ৰ দেশত চলি থকা লকডাউনৰ ৰাজ্যখনৰ প্ৰতিখন শিক্ষানুষ্ঠান বন্ধ হৈ পৰিছে। লকডাউনৰ সময়ছোৱাত দৰং জিলাৰ পৰীক্ষিত নাৰায়ণ উচ্চ মাধ্যমিক...

দৰঙৰ ভেৰুৱাৰ ভাস্কৰ কলিতা নামৰ যুৱকজনৰ দুয়োটা বৃক্ক বিকল ৷ অসমৰ ৰাইজৰ সহায় ভিক্ষা পত্নীৰ ৷

দৰঙৰ পৰা জয়দেৱ ডেকা ৷ দৰঙৰ এটা পৰিয়ালৈ নামি আহিছে কাল ধুমুহা ৷ দুটা বৃক্ক বিকল হৈ বিছনাত শৰ্যাশায়ী এজন যুৱক ৷ চিকিৎসাৰ বাবে প্ৰয়োজন...

ইলেক্ট্ৰনিকছ প্ৰস্তুতকাৰীক আকৰ্ষণ কৰিবলৈ ভাৰতৰ ৫০,০০০ কোটি টকাৰ আঁচনি : ৫ লাখ প্ৰত্যক্ষ, ১৫ লাখ পৰোক্ষ চাকৰি পোৱাৰ আশা ।

দৈনন্দিন বাতা নিজা প্ৰতিবেদনঃ কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে পাঁচটা বিশ্ব আৰু পাঁচটা ভাৰতীয় ম’বাইল ফোন প্ৰস্তুতকাৰকৰ ঘৰুৱা উৎপাদন তীব্ৰ কৰাৰ লক্ষ্যৰে বৈদ্যুতিন উৎপাদন প্ৰকল্পৰ নীতি...

Popular