মুখ্য-পৃষ্ঠা

ৰূপহীহাটত শিশুৰ মুখৰ আহাৰ কাঢ়ি খাইছে একাংশ কৰ্মী-বিষয়া-মুখ্য সেৱিকাই । ১২০ টকাৰ বিপৰীতে অংগনবাদী কৰ্মীয়ে বিলাইছে নিম্ন মানৰ ডেৰ-দুই কেজি পৰিমাণৰ শিশু খাদ্য ।

 এ জে আকন্দ‌, নগাঁও শিশু, কিশোৰী, গৰ্ভৱতী মহিলা, প্ৰসূতি আৰু পুষ্টিহীনতাত ভোগা শিশুক পুষ্টিকৰ আহাৰ খুওৱাৰ নামত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে...

বহিঃৰাজ্য ফেৰৎ টিংখাঙৰ তিনি আক্ৰান্ত।

টিংখাং ডিব্ৰুগড় জিলাৰ টিংখাং অঞ্চলৰ তিনিজন লোক কৰু'ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।জানিব পৰা মতে টিংখাঙৰ বাঘমৰা গাঁৱৰ দুলেন কোঁচ(২৬)আৰু কেন্দুগুৰি নাহৰপাৰা বৰবিল...

কৰ’না যুঁজত টাকুৰি ঘূৰাদি ঘূৰিছে হিমন্তবিশ্ব । স্বাস্থ্যত লাগি থাকোঁতে ক্ষতিগ্ৰস্ত হৈছে নেকি শিক্ষা,বিত্ত,গড়কাপ্তানী, পৰ্যটন,পেঞ্চন আদি বিভাগবোৰ ?

চন্দ্ৰ কুমাৰ বৰুৱা যোৱা আঢ়ৈমাহ বিৰতিবিহীন কৰ'না যোদ্ধাৰ নাম হ'ল অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা। পুৱাৰ পৰা শেহনিশালৈ প্ৰতিদিনাই সমানে ব্যস্ত আৰু সক্ৰিয় । সাত...

মঙলদৈ অসামৰিক চিকিৎসালয়ত মুঠ ২ জন ক’ভিড আক্ৰান্ত ৰোগী

মঙলদৈ, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা ২ জনলৈ বৃদ্ধি পালে। নতুনকৈ ভৰ্তি হোৱা ক'ভিড আক্ৰান্ত ব্যক্তিজন হ'ল লালপুলৰ নদীকাষৰ নিজামুদ্দিন আলী (২০)। বুধবাৰে...

বহিঃ ৰাজ্যত অসমৰ গামোচাৰে প্ৰস্তুত কৰা মাস্কৰ চাহিদা : মুগাৰ মাস্ক বহি:ৰাজ্যলৈ প্ৰেৰণৰ বাবে সাঁজু কৰি তুলিছে নগাঁৱৰ এগৰাকী মহিলাই ।

নগাঁও বহি:ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে অসমীয়া শিপিনীৰ হাতত গঢ় লোৱা গামোচাৰে প্ৰস্তুত কৰা মাস্কৰ চাহিদা।নগাঁও জিলাৰ চামগুৰিৰ জ্যোতি জিমলী মহন্ত নামৰ মহিলাগৰাকীয়ে শেহতীয়া ভাৱে গুজৰাট,...

Popular