মুখ্য-পৃষ্ঠা

হাজোৰ সনাতন ডেকাৰ হত্যাকাৰীক ফাঁচীৰ দাবী

সমগ্ৰ ৰাজ্য কঁপাই যোৱা হাজোৰ ক্ষুদ্ৰ পাচলি ব্যৱসায়ী সনাতন ডেকাৰ হত্যাকাণ্ডৰে জড়িত অভিযুক্তক ফাঁচী দিয়াৰ বাবে বুধবাৰে টীয়কৰ বাদুলীপুখুৰীত মৰিয়া জাতি যুৱ-ছাত্ৰ পৰিষদৰ আহ্বানত...

টীয়কৰ জাঁজীমুখত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাইছে অঞ্চল

টীয়ক আৰম্ভ হ'ল নৈ পৰীয়া ৰাইজৰ দুৰ্বিস জীৱন৷ বছৰৰ প্ৰথমটো বানৰ কৱলত পৰিছে টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত জাঁজীমুখ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ বাবে বন্ধ কৰি দিয়া...

সীমান্তৰ গেলেকীত অসমৰ ভূমি দখলৰ প্ৰচেষ্টা নগাৰ : সৰৱ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া

নাজিৰা শিৱাসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী গেলেকীত অসমৰ ৰাজহ ভূমি দখলৰ বাবে বিগত বৰ্ষৰ আগষ্ট মাহৰ নগালেণ্ড চৰকাৰ তথা প্ৰশাসনৰ পৃষ্ঠপোষকতাত নাগালেণ্ডৰ য়ংলক বস্তুিৰ ভিলেজ কাউঞ্চিলে...

নগাঁৱৰ উপায়ুক্তৰ সৰলতাৰ সুযোগ লৈ বহুৱাইছে দুৰ্নীতিৰ বজাৰ

নগাঁও নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে লাগি থকা সহকাৰী পৰিকল্পনা বিষয়াৰ কাৰ্যালয়ত এম এছ ডি পি, বিধায়ক আৰু সাংসদ পুঁজিৰ নামত দুৰ্নীতিৰ বজাৰ মুকলি...

ধুবুৰীত ধাৰাষাৰ বৰষুণ, ধুমুহা : বিস্তৰ ক্ষয়ক্ষতি

 ধুবুৰী ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত নেৰানেপেৰা বৰষুণ আৰু ধুমুহাৰ ফলত ব্যাপক ক্ষতি হোৱা পৰিলক্ষিত হয়।   ধুমুহা-বৰষুণৰ ফলত ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত তামাৰহাট...

Popular