মুখ্য-পৃষ্ঠা

বোকাজানত পুনৰ দুজনৰ শৰীৰত ক’ভিড-১৯

বোকাজান  বোকাজানত পুনৰ দুজনকৈ ব্যক্তিৰ শৰীৰৰ তেজৰ নমুনাত ক’ভিড-১৯ ভাইৰাছ ধৰা পৰিছে। ইয়াকে লৈ কাৰ্বি আংলং জিলাত মঙলবাৰৰ দুপৰীয়ালৈকে ক’ৰোনা ৰোগীৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পালে৷...

খাৰুপেটীয়াত আমছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন

খাৰুপেটীয়া সংখ্যালঘু সম্প্ৰদায়ৰ নাৰ্য প্ৰাপ্তিৰ দাবীত অসমৰ বিভিন্ন জিলা আৰু মহকুমাৰ সদৰ ঠাই সমুহত ১৯৮০ চনৰ ২৬ মে’ তাৰিখে প্ৰতিবাদ কৰিবলৈ গৈ অসমত ভেৰোণীয়া পুলিচবাহিনীৰ...

কলিয়াবৰত বন‍্যহস্তীৰ সন্ত্ৰাস

কলিয়াবৰ কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱ। খাদ্যৰ সন্ধানত কামাখ্যা পাহাৰৰ পৰা নামি অহা বন্যহস্তীয়ে উপদ্ৰৱ চলাইছে কলিয়াবৰৰ ভিন্ন অঞ্চলত। মঙলবাৰে পুৱতি নিশা কলিয়াবৰৰ সোনাৰী গাঁৱত উপদ্ৰৱ এটা...

কলিয়াবৰৰ বৰঘূলীত বৰলুইতৰ পুনৰ ভয়াবহ খহনীয়া : জলসম্পদ মন্ত্ৰীৰ গৃহ সমষ্টিত একাংশ ঠিকাদাৰৰ ময়মতালি ফল ভোগ কৰিছে নৈপৰীয়া ৰাইজে

কলিয়াবৰ কলিয়াবৰৰ লুইতপৰীয়া বৰঘূলী অঞ্চললৰ বাৰিষাৰ প্ৰাৰম্ভতে লুইতৰ খহনীয়াই লৈছে ৰূদ্ৰ ৰূপ। কলিয়াবৰৰ ২ নং আৰু ৩ নং বৰঘূলী অঞ্চলত বৰলুইতৰ গৰাখহনীয়াই ধাৰণ কৰিছে ভয়াবহ...

ডীলাইত বৃহৎ পৰিমাণৰ গুটখাসহ আটক ২

বোকাজান কাৰ্বি আংলং জিলাৰ ডীলাই আৰক্ষীৰ নিয়মীয়া তালাচীত বৃহৎ পৰিমাণৰ গুটখা উদ্ধাৰ কৰাৰ লগতে  দুজনক আটক কৰে আৰক্ষীয়ে। ধৃত লোক দুজন সুভাষ তামং আৰু সঞ্জয়...

Popular