মুখ্য-পৃষ্ঠা

বনপাৰ্টি শিল্পীৰ ওচৰত মঙলদৈৰ বিধায়ক : সাহায্য বিতৰণ

মঙলদৈ বহাগ আহিলেই যেন এটা দিনো ৰ’বলৈ সময় নাই সেইসকল শিল্পীৰ৷ ইখনৰ পিছত সিখন যুগ্ম জীৱন, মাঙ্গলিক অনুষ্ঠানৰ বেনপাৰ্টি বজোৱাত ব্যস্ত হৈ পৰে৷ কিন্তু এইবেলি...

ৰাজগড়ত নাহৰফুটুকীৰ পোৱালি উদ্ধাৰ

টিংখাং ডিব্ৰুগড় জিলা ৰাজগড় আৰক্ষী চকী সমীপৰ মহখোৱাত সোমবাৰে পুৱা দুটা নাহৰফুটুকী বাঘৰ পোৱালি উদ্ধাৰ হোৱাৰ বাতৰিয়ে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়। জানিব পৰা মতে মহখোৱাৰ...

নগাঁৱৰ মোল্লাপট্টিত হতাহতিত এজনৰ মৃত্যু : গ্ৰেপ্তাৰ ১

নগাঁও ঈদৰ আনন্দৰ মাজতেই আজি বিয়লি প্ৰায় ৩ বজাত নগাঁও চহৰৰ ধিং গেটৰ মোল্লাপট্টিত হোৱা এক মাৰপিটৰ ঘটনাত এজন লোকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত...

ৰাষ্ট্ৰীয় পৰ্যায়ৰ ম’বাইল ফটোগ্ৰাফী প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

গোলাঘাট গোলাঘাটৰ কেইজনমান কুইজপ্ৰেমী যুৱকৰ দ্বাৰা গঠিত 'ইকুইনক্স' নামৰ কুইজ ক্লাবৰ উদ্যোগত সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত কৰা এখনি ম'বাইল ফটোগ্ৰাফী প্ৰতিযোগিতাৰ ফলাফল সোমবাৰে ঘোষণা কৰা হয়।...

সাংবাদিকক লংকা মণ্ডল যুৱ মৰ্চাৰ মাস্ক, ছেনিটাইজাৰ বিতৰণ

লংকা সমগ্ৰ অসমতে  ক’ৰোনাই মহামাৰী ৰূপ ধাৰণ কৰা সময়তে জৰুৰীকালীন সেৱাত ব্ৰতী থকা আৰক্ষী প্ৰশাসন, চিকিৎসক, সংবাদকৰ্মী লোকসকলে দিনেই নিশাই একাকাৰ কৰি ৰাইজক সেৱা কৰি আছে।এনে...

Popular