মুখ্য-পৃষ্ঠা

সংকটত অসম, গুৱাহাটীত অনিয়ন্ত্ৰিত পৰিস্থিতি : প্ৰব্ৰজিতৰ জৰিয়তে একেদিনাই আক্ৰান্ত ৪০, অতিক্ৰমিলে ১৫৪

গুৱাহাটী ক্ৰমাৎ অনিয়ন্ত্ৰিত পৰিস্থিতিলৈ গতি কৰিছে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণে। ভয়াবহ হৈছে শেহতীয়া পৰিস্থিতি। প্ৰব্ৰজিত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে বাঢ়িছি ক’ৰোনাক্ৰান্তৰ সংখ্যা। মঙলবাৰে আগবেলাতে...

খাদ্য সামগ্রী বিতৰণ

ধুবুৰী লকডাউনৰ সময়ত আটাইতকৈ দুখত থকা নাপিত পৰিয়াল তীব্র খাদ্য সংকটৰ সন্মুখীন হোৱাত ধুবুৰীৰ অগ্রণী সামাজিক সংগঠন আগৰৱাল সমাজ সমিতিয়ে মঙলবাৰে অগ্নশ্ৰী ভৱনত ১০৩জন নাপিত...

স্বাস্থ্যকৰ্মীক জিলা প্ৰশাসনৰ সম্বৰ্ধনা

লখিমপুৰ সমগ্ৰ বিশ্বজুৰি ক’ৰোনা ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। এই ভাইৰাছত ভাৰতবৰ্ষৰ লগতে ইয়াৰ বহু লোক সংক্ৰমণৰ বলি হৈছে৷ এই পর্যন্ত ৰাজ্যখনত শতাধিক লোক আক্ৰান্ত হোৱাৰ...

আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংকত গাহৰি নিধন : সক্ৰিয় চোৰাং মাংস ব্যৱসায়ী

টিংখাং ৰাজ্যখনত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ গাহৰিৰ অপমৃত্যু হোৱাত উজনি অসমৰ গাহৰি পালকসকলে বিস্তৰ ক্ষতিৰ সন্মুখীন হ'ব লগাত পৰিছে। সম্প্ৰতি উজনি অসমৰ প্ৰায় সকলোবোৰ...

নাজিৰাত বিৰল প্ৰজাতিৰ বৰকাছ উদ্ধাৰ

নাজিৰা  চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ মাজতেই শিৱসাগৰ জিলাৰ নাজিৰাত উদ্ধাৰ হয় বিৰল প্ৰজাতিৰ বৰ কাছ। নাজিৰা ৰে’ল ষ্টেচনত উদ্ধাৰ হোৱা বিৰল প্ৰজাতি বৰকাছটো স্থানীয় ৰাইজে প্ৰত্যক্ষ...

Popular