মুখ্য-পৃষ্ঠা

টিংখাঙত দুটা কোৱাৰেণ্টাইন শিবিৰ : তিনি পৰিয়াল হোম কোৱাৰেণ্টাইন

টিংখাং বহিঃৰাজ্যত কাম কৰিবলৈ যোৱা লোকসকল নিজ গৃহলৈ ক’ৰোনা ভাইৰাছৰ বাবে ঘূৰি আহিছে।এইলোকসকলক ৰাজ্যৰ স্বাস্থ্য বিভাগে কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰিছে। সমগ্ৰ ৰাজ্যখনৰ লগতে ডিব্ৰুগড়...

হোজাইত পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগ ওপৰৰ পৰা তললৈ গেলিছে : শিলাদিত্য দেৱ

লংকা  পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন বিভাগৰ হোজাই সমষ্টিৰ দুই উন্নয়ন ব্লকত আঁচনিসমূহত সম্পূৰ্ণ দুৰ্নীতি হোৱা কথা স্বীকাৰ কৰিছে হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে। বিজেপিৰ এজন...

দৰঙত প্ৰধান মন্ত্ৰীৰ কিষাণ সন্মান আঁচনিৰ নামত ব্যাপক দুৰ্নীতি : আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ লগতে একেখন ঘৰত দহগৰাকীৰ নামত সোমাল ধন

মঙলদৈ লকডাউনৰ সময়চোৱাত কৃষকসকলক সকাহ দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান আচনি প্ৰৱৰ্তন কৰি কৃষকসকলৰ একাউণ্টত পোনপটীয়াকৈ ধন সোমাই দিছিল। কিন্তু এই...

হাজোৰ পথাৰ পৰিভ্ৰমণ কৃষি মন্ত্ৰী অতুল বৰাৰ

গুৱাহাটী আজি কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই বিধায়িকা সুমন হৰিপ্ৰিয়া আৰু বিভাগীয় বিষয়া সহ হাজোৰ ৰামদিয়া আৰু বঙালপাৰা অঞ্চল পৰিদৰ্শন কৰি কৃষক সকলৰ সমস্যাৰ...

কলিয়াবৰত ২ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ : হিৰ’ইন জব্দ

কলিয়াবৰ কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী নিৱেশৰ অন্তৰ্গত ন-জানৰ পৰা দুজন ড্ৰাগ্‌ছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। বৃহস্পতিবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি বাগৰী টহলদাৰী চকীৰ অন্তৰ্গত কুঠৰীৰ...

Popular