মুখ্য-পৃষ্ঠা

ভকতপাৰা সমবায় এজেণ্টৰ ব্যাপক খেলিমেলি বিনামূলীয়া চাউলত

মঙলদৈ চৰকাৰে লকডাউনৰ সময়ত এপ্ৰিল মাহত বিপিএল কাৰ্ড থকা লোকসকলক এটকীয়া চাউল সম্পূৰ্ণ বিনামূলীয়াভাৱে দিয়াৰ ঘোষণা কৰাৰ পিছতো দৰং জিলাৰ ভকতপাৰা সমবায়ৰ এজেণ্ট আহেৰ আলিয়ে...

ৰক্তদাতা (এইচ বি এছ)ৰ উদ্যোগত জামুগুৰিহাটত দেৱাল পোষ্টাৰিং : ৰাইজক সজাগ সচেতন কৰাৰ প্ৰয়াস

জামুগুৰিহাট স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কেইগৰাকীমান অনুগামীৰ প্ৰচেষ্টাত গঠণ হোৱা ৰক্তদাতা (এইচ বি এছ) নামৰ স্বেচ্ছাসেৱী সংগঠণৰ বিষয়ববীয়াসকলে মহামাৰীসদৃশ ক’ৰোনা সংক্ৰমণ ৰোধ কৰিবৰ বাবে...

ঈদৰ বজাৰৰ নামত অনাহকত নগৰত সমবেত হৈ ল’কডাউন ভংগ নকৰিবলৈ শিৱসাগৰৰ মছজিদ পৰিচালনা সমন্বয়ৰক্ষী সমিতিৰ আহ্বান

শিৱসাগৰ  সমগ্ৰ বিশ্বত ক’ভিড-১৯ মহামাৰীয়ে  মানৱ জীৱনলৈ যি বিপদ নমাই আনিছে ইয়াক লৈ এতিয়া ত্রস্তমান প্ৰতিখন দেশেই। কেন্দ্ৰীয় আৰু অসম চৰকাৰে মানৱ সম্পদ ৰক্ষা কৰাৰ...

নিশা দুলীয়াজানত বৰ্হিঃৰাজ্যৰ যাত্ৰবাহী বাছ

দুলীয়াজান এফালে মহামাৰী ক’ৰোনা ভাইৰাছৰ আতংকত সমগ্ৰ বিশ্ব শংকাত ভুগিছে, আনহাতে নিশা বহিঃৰাজ্যৰ পৰা অহা এখন বাছ দুলীয়াজানত প্ৰৱেশ কৰাক লৈ দুলীয়াজানবাসীৰ মনত এতিয়া বিভিন্ন...

কৃষিমন্ত্ৰীৰ গৃহ জিলাত পি এম কৃষাণৰ তালিকাত ব্যাপক বিসংগতি : প্ৰকৃত কৃষকৰ পৰিৱৰ্তে ৰাজনৈতিক নেতা পালিনেতাইহে পাইছে আঁচনিৰ ধন

মুৰফুলনী কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ জিলাত প্ৰধানমন্ত্ৰী কৃষক সন্মান আঁচনিৰ হিতাধিকাৰীৰ তালিকাত দেখা গৈছে ব্যাপক  বিসংগতি। গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তত এতিয়া ক্ষোভ উজাৰিছে কৃষক তথা...

Popular