মুখ্য-পৃষ্ঠা

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ পৰা অহা জামুগুৰিহাটৰ এটা পৰিয়ালৰ ৭ জনক হোম কোৱাৰেণ্টাইনত

জামুগুৰিহাট মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ ব্যাপক সংক্ৰমণৰ সময়তে জামুগুৰিহাটত এটা পৰিয়ালৰ ৭ জন সদস্যক স্বাস্থ্য বিভাগে হোম কোৱাৰেণ্টাইন কৰা ঘটনাই অঞ্চলটোৰ ৰাইজক শংকিত কৰা পৰিলক্ষিত হৈছে৷...

লাকুৱাত বিৰল প্ৰজাতিৰ সাপ উদ্ধাৰ

নাজিৰা   লাকুৱাত শুকুৰবাৰে নিশা এটা বিৰল প্ৰজাতিৰ সাপ উদ্ধাৰ হয়। সেউজীয়া ৰঙৰ সাপটো গ্ৰীণ পিট ভাইপাৰ বুলি জনা গৈছে। লাকুৱা সৰু মথুৰাপুৰস্থিত সমাজকৰ্মী তথা আদৰ্শ...

লকডাউনৰ সময়ছোৱাত তিনিশ গৰ্ভৱতী মহিলা- শিশুৰ মাতৃক পুষ্টিকৰ খাদ্য যোগান ৰাজ্যিক মাদকদ্ৰৱ্য নিবাৰণী পৰিষদৰ উপাধ্যক্ষাৰ

গুৱাহাটী  লকডাউনৰ সময়চোৱাত চৰকাৰৰ লগতে বিভিন্ন দল-সংগঠন আৰু সুহৃদয়বান লোকসকলে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক খাদ্য সামগ্ৰী যোগান ধৰি আহিছে। লকডাউনৰ সময়ছোৱাত বহুসংখ্যক গৰ্ভৱতী মহিলাৰ লগতে কণমানি...

নাজিৰা নগৰৰ ১৫ লাখ টকীয়া উপ পথ নিৰ্মাণত ব্যাপক আসোঁৱাহ

নাজিৰা  দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি গ্ৰহণ কৰি অহা বি জে পি নেতৃত্বাধীন চৰকাৰখনৰ যে কেতবোৰ কামকাজৰ ফুপুলা স্বৰূপ উদঙাই আহিছে সেয়া সেই দলটোৰে শাসনত...

সদৌ মৰাণ ছাত্ৰ সন্থা, ডিৰাক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত ছাত্র-ছাত্ৰীৰ মাজত বহী, কলম বিতৰণ

ডিৰাক সীমান্ত সমগ্ৰ বিশ্বজুৰি ক’ৰ’ণা ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত সমগ্ৰ বিশ্বৰ আন আন প্ৰান্তৰ লগতে অসমৰ ছাত্ৰ-ছাত্ৰী সকলৰো শিক্ষা জীৱনত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। দেশত...

Popular