মুখ্য-পৃষ্ঠা

দৰঙক উজ্জ্বলাই তুলিলে ধৃতিৰাজ আৰু ভৃগুমোহনে । গাঁওৰ পৰিবেশৰ মাজত পঢ়িশুনা কৰিছিল ধৃতিৰাজ,ভৃগুমোহনে ।

অজয় ডেকা,মঙলদৈ সন্তানক চহৰৰ যান্ত্ৰিকতাৰ পৰা আঁতৰত ৰাখি গাঁৱৰ পৰিবেশৰ মাজতে সংগোপনে শিক্ষাৰ ক্ষেত্ৰ খনত  আগবঢ়াই নিয়া দুটি সন্তানৰ পিতৃ মাতৃয়ে আজি আনন্দৰ বন্যা বোৱাবলৈ...

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা শিৱসাগৰত ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ পয্যালোচনা ।

শিৱসাগৰ ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত, শিক্ষা আদি বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা শিৱসাগৰ জিলাত উপস্থিত হৈ জিলাখনত প্ৰশাসনৰ লগতে বিভিন্ন বিভাগে...

ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু আণ্ডাৰ ৱ’ৰ্ল্ড ডন ডাউদ ইব্রাহিমৰ !

দৈনন্দিন বাৰ্তাৰ আন্তৰ্জাতিক ডেস্ক ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে আণ্ডাৰ ৱ’ৰ্ল্ড ডন ডাউদ ইব্রাহিমৰ৷ চোৰাংচোৱাৰ সূত্ৰত প্ৰকাশ এই খবৰ৷ প্ৰাপ্ত তথ্য মতে পাকিস্তানৰ কৰাচী চহৰৰ...

কলিয়াবৰৰ চৰকাৰী মাধ‍্যমৰ বিদ‍্যালয়ৰ পৰা ডিষ্টিংচন লৈ উত্তীৰ্ণ হ’ল দৰিদ্ৰ পৰিয়ালৰ সন্তানে ।

কলিয়াবৰ অতি দৰিদ্ৰ পৰিৱেশতেই নিজ প্ৰতিভা আৰু একাগ্ৰতাৰ যোগেদি লাভ কৰা সফলতাই সুগন্ধি বিলাইছে কলিয়াবৰৰ জখলাবন্ধাৰ নাতি দুৰত্বৰ চিকণী-বৰহোলাত। দৰিদ্ৰতাত কক-বকাই থকা কলিয়াবৰৰ চিকণী-বৰহোলাৰ...

১০৩ বছৰত পৰলোকপ্ৰাপ্তি স্বাধীনতা সংগ্ৰামী লক্ষ্মীনাথ কাকতীৰ ৷

দৈনন্দিন বাৰ্তা সেৱা ,জামুগুৰিহাট শিক্ষকতাৰ দৰে মহান বৃত্তিকো ত্যাগ কৰি দেশৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰা জামুগুৰিহাটৰ বৰ্ষীয়ান মুক্তিযোদ্ধা,কৃতি শিক্ষক,সমাজহিতৈষী ব্যক্তি,স্থিতপ্ৰজ্ঞ লক্ষ্মীনাথ কাকতী আৰু নাই৷বগা বঙালৰ...

Popular