মুখ্য-পৃষ্ঠা

বাৰিষা আগমনত গৰাখহনীয়া, কৃত্ৰিম বান ৰোধত তৎপৰতা গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগৰ

গোলাঘাট গোলাঘাট সমষ্টিৰ দুখন ডাঙৰ নৈ ধনশিৰি আৰু দৈয়াং। এই নদী দুখনত প্ৰত্যেক বাৰিষাত তীব্ৰ গৰাখহনীয়াৰ সৃষ্টি হয়৷ ইয়াৰ লগতে সৰু নদী ঘিলাধাৰী, মকৰং, কাকডোঙা,...

হাটশিঙিমাৰীত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰৱেশ পথত অটোমেটিক ছেনিটাইজৰ মেচিন স্থাপন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ

হাটশিঙিমাৰী ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ হাটশিঙিমাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগে গ্ৰহণ কৰিছে নতুন পদক্ষেপ। বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ সহযোগত টেকনিকেল অফিচাৰ আকিব সৰকাৰ আৰু ইলিয়াছ আহমেদে...

গোলাঘাটৰ ব্যক্তিগত শিক্ষানুষ্ঠানৰ শিক্ষকৰ আৰ্থিক সাহায্য প্ৰদান

গোলাঘাট গোলাঘাটৰ ব্যক্তিগত খণ্ডৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীবৃন্দই ৰাজ্য চৰকাৰৰ ক'ভিড-১৯ পুঁজিলৈ তেওঁলোকৰ দৰমহাৰ পৰা মুঠ  ৪৩,৩৬৫...

সোণতলীৰ বগুৰীগুৰি গাঁও পঞ্চায়তত চৰকাৰী চাউল বিতৰণত দুৰ্নীতি : কৰ্তৃপক্ষক অভিযোগ দাখিল বঞ্চিত হিতাধিকাৰীৰ

সোণতলী চৰকাৰী চাউল বিতৰণৰ অনিয়ম জড়িত এজন অৱসৰী গাঁওবুঢ়াৰ পুত্ৰই নিজৰ ইচ্ছামতে হিতাধিকাৰীৰ মাজত চাউল বিতৰণ কৰি প্ৰকৃতক বঞ্চিত কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ লগতে...

এছবিআইত সঘন বিজুতি : গ্ৰাহক সেৱা কেন্দ্ৰত দুৰ্ভোগ।

টিংখাং ভাৰতীয় ষ্টেট বেংকৰ কাৰিকৰী বিজুতিৰ বাবে গ্ৰাহকসকল সঘনে দুৰ্ভোগ ভূগিব লগা হৈছে। বিগত প্ৰায় এমাহ ধৰি এছ বি আইত হোৱা বিজুতিৰ বাবে গ্ৰাহকসকলৰ মাজত...

Popular