মুখ্য-পৃষ্ঠা

কাকপথাৰৰ বিভিন্ন ঠাইত বিশ্ব পৰিবেশ দিৱসত গছ পুলি ৰোপন ।

ডিৰাক সীমান্ত আৰু কাকপথাৰ।  বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি আজি বৃহত্তৰ কাকপথাৰ অঞ্চলটোত জন প্ৰতিনিধি, সামাজিক দল সংগঠন, যুৱক সংঘৰ লগতে শিক্ষানুষ্ঠান, প্ৰকৃতিপ্ৰেমী সংগঠন...

টীয়কত শিল্পী সাংস্কৃতিক কৰ্মীলৈ কৃতজ্ঞতামূলক সাহায্য প্ৰদান ।

টীয়কৰ পৰা অঞ্জন প্ৰকাশ । সাম্প্ৰতিক পৰিস্থিতিৰ সন্মুখীন হৈ শিল্পজীৱী বৰেণ্য ব্যক্তি সকল আৰ্থিক সংগ্ৰামৰ সন্মুখীন হৈছে । এই সময়ত সাংস্কৃতিক কৰ্মী তথা শিল্পীসকলে সমাজলৈ...

বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত অংশ ল’লে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যখনৰ জৈৱ-বৈচিত্ৰ সংৰক্ষণ আৰু গছপুলি ৰোপণৰ বাবে সংকল্পৱদ্ধ হ’বলৈ জনসাধাৰণক মুখ্যমন্ত্ৰীৰ আহ্বান ।

দিছপুৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক’ভিড-১৯ অতিমাৰীৰ মাজতে অত্যন্ত সীমাৱদ্ধতাৰ মাজেৰে ৰাণী সংৰক্ষিত বনাঞ্চলৰ চকৰ্দোত আয়োজিত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বন আৰু...

গুজৰাটত কংগ্ৰেছৰ সংকত । ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বে ৩ বিধায়কৰ দল ত্যাগ ।

গুৱাহাটী আগন্তুক ৰাজ্যসভাৰ চাৰিখন আসনৰ বাবে ভোট গ্ৰহণ অনুষ্ঠিত হ’ব গুজৰাট বিধানসভাত। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰজ্ঝ জুনত ভোট গ্ৰহণ আৰু সেইদিনাই বিয়লি ভোটগণনা তথা...

বেংকসমূহে লাভ কৰা নাই চৰকাৰৰ নিৰ্দেশাৱলী।লকডাউনকালীন চৰকাৰী সাহাৰ্য ঘোষণাতে আবদ্ধ।

গুৱাহাটী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে লকডাউনৰ দীঘলীয়া সময়ছোৱাত ক্ষয়-ক্ষতিৰ সন্মুখীন হোৱা অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ সকাহৰ বাবে এলানি আৰ্থিক...

Popular