মুখ্য-পৃষ্ঠা

নৰেন্দ্ৰ মোডীৰ লকেল, কেতিয়া হ’ব ভকেল ?

অংকুৰ বৰুৱা দেশৰ অৰ্দ্ধ সামৰিক বাহিনীৰ কেণ্টিনত থলুৱাভাৱে উৎপাদিত সামগ্ৰী উপলব্ধ কৰাৰ লগতে বিক্ৰীৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে এই বিষয়ে নিৰ্দেশনা জাৰি...

লকডাউন আৰু ব‌ক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক

শিক্ষক হৈছে মানুহ গঢ়াৰ নিপুণ খনিকৰ।চৰকাৰী বা বেচৰকাৰী বুলি কথা নাই শিক্ষক সকলে কেবল শিক্ষা দানৰ উদ্দেশ্যৰেই নিজৰ কৰ্তব্য পালন কৰে। ছাত্ৰ- ছাত্ৰীৰ ভবিষ্যৎ...

চোৰাংচোৱাগিৰি কৰা পাকিস্তানৰ ২ ভিছা বিষয়াক দিল্লীত ধৃত ।

দৈনন্দিন বাতা নিজা প্ৰতিবেদন: ভিছা বিষয়াৰ আলম লৈ চোৰাংচোৱাগিৰি কৰি আহিছে পাকিস্তানী লোকে৷ পূৰ্বতে পোৱা খবৰ মতেই তীক্ষ্ণ দৃষ্টি দি আছিল দিল্লী আৰক্ষীৰ বিশেষ কোষৰ...

প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ সভাপতিত্বত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সভা । ১৪ বিধ খাৰিফ শস্যৰ নূন্যতম সহায়তা মূল্য বৃদ্ধিত অনুমোদন ।

দৈনন্দিন বাতা নিজা প্ৰতিবেদন : প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ সভাপতিত্বত আয়োজিত সভাত কেন্দ্ৰীয় মন্ত্ৰীসভাই ১৪ বিধ খাৰিফ শস্যৰ নূন্যতম সহায়তা মূল্য (এমএছপি) বৃদ্ধিৰ অনুমোদন কৰিছে৷ আজি...

ক’ৰনা ভাইৰাছ : ব্ৰাজিললৈ দুই মিলিয়ন হাইড্ৰক্সিক্লোৰোকুইন প্ৰেৰণ আমেৰিকাৰ

দৈনন্দিন বাতা নিজা প্ৰতিবেদন : ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ আমেৰিকাই দুই মিলিয়ন হাইড্ৰক্সিক্লোৰোকুইন ব্ৰাজিললৈ প্ৰেৰণ কৰিছে৷ মেলেৰিয়া প্ৰতিৰোধী এই ঔষধ জীৱনৰ প্ৰতি ভাবুকি অহাৰ...

Popular