মুখ্য-পৃষ্ঠা

জেঠ মহীয়া বানৰ কবলত সোণতলীৰ বহু অঞ্চলৰ কৃষি ভুমিঃ কৃষকৰ মাজত হাহাকাৰ ৷

সোণতলী বিগত কেইবাদিন ধৰি হৈ থকা  মুষলাধাৰ বৰষুণৰ ফলত কলহী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ছয়গাঁও সমষ্টিৰ অন্তৰ্গত কেইবাখনো গাঁৱৰ খেতি পথাৰ৷ জানিব পৰামতে ধাৰাসাৰ...

লংকাত বানপীৰিত ৰাইজৰ বুজ ল’বলৈ উপস্হিত হ’ল মন্ত্ৰী কেশৱ মহন্ত ।

লংকা   ক'ৰণাৰ আতংকৰ মাজতেই, ৰাজ্যত বানৰ সংহাৰী ৰূপ । তাৰ সমান্তৰাল ভাৱে লংকা লস্কৰপথাৰ অঞ্চলৰ কাষেৰে বৈ যোৱা কপিলীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে কপিলীপৰীয়া বিভিন্ন...

কৃষিমন্ত্ৰীৰ গৃহ সমষ্টিত কৃষকৰ কান্দোনঃ বানৰ বাবে কেঁচাতে কাটিছে বড়ো ধান

মুৰফুলনী গোলাঘাট জিলাত কৰু'ণা মহামাৰীৰ সংহাৰৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি এতিয়া বানৰ তাণ্ডৱ ।বানৰ বাবে নুমলীগড়ৰ বহু কৃষকৰ নিদ্ৰা নাই এতিয়া।বানৰ বাবে কেঁচাতে কাটিব...

ওৰাং মাজবাট,ৰৌতাৰ কোৱাৰেনটাইন ব্যৱস্থাপনাত ২৩০ জনলৈ বৃদ্ধি, ৰৌতা কোৱাৰেনটাইন ব্যৱস্থাৰ পৰা ৬২গৰাকী মুকলি কৰিলে হোম কোৱাৰেনটাইন থকাৰ নিৰ্দেশ ।

ওদালগুৰি ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ  অন্তৰ্গত মাজবাট মহাবিদ্যালয় শিৱিৰত ৯৮ জন ,  মাজবাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ ৫ জন,ৰৌতা আৰক্ষী থানাৰ অধীনস্থ  দণ্ড চহৰীয়া উচ্চতম...

নগাঁৱৰ অধিকাংশ উন্নয়ন খণ্ডতে সৌৰ চাকি স্থাপনৰ নামত কেলেংকাৰী

নগাঁও নগাঁও জিলাৰ বাজিগাঁও উন্নয়ন খণ্ডত সৌৰ চাকি স্থাপনৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে। আৰ টি আই কৰ্মী  আব্দুল জলিল আকন্দ‌ই অভিযোগ কৰা...

Popular