মুখ্য-পৃষ্ঠা

Shah rukh khan। শ্বাহৰুখ খানে পুত্ৰ আৰিয়ান খানৰ প্ৰথম ছিৰিজ আৰু মুক্তিক লৈ কংগনা ৰনৌতৰ প্ৰতিক্ৰিয়া

Shah rukh khan। শ্বাহৰুখ খানে তেওঁৰ পুত্ৰ আৰিয়ান খানৰ প্ৰথম ছিৰিজ ঘোষণা কৰিছে আৰু ইয়াৰ মুক্তিৰ বিষয়ে জনায় । শ্বাহৰুখ খান আৰু গৌৰী খানৰ প্ৰযোজনা গৃহ ৰেড চিলিজে আৰিয়ান খানৰ প্ৰথম ছিৰিজৰ বাবে নেটফ্লিক্সৰ সৈতে সহযোগিতা কৰিছে । গৌৰী খানে পুত্ৰ আৰিয়ান খানৰ প্ৰথম ছিৰিজ প্ৰযোজনা কৰিছে । নিশা, শ্বাহৰুখ খান আৰু নেটফ্লিক্সে আৰিয়ান খানৰ প্ৰথম ছিৰিজ ঘোষণা কৰে । এতিয়া আৰিয়ান খানৰ প্ৰথম ছিৰিজৰ প্ৰতি কংগনা ৰনৌতৰ প্ৰতিক্ৰিয়া আহিছে ।

Russia। আমেৰিকাৰ সন্মতিৰ পিছত, ইউক্ৰেনে ৰাছিয়ালৈ 6 টা দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ । ক্ৰমান্বয়ে এতিয়া অধিক জটিল হৈ পৰিছে বিশ্বৰ প্ৰেক্ষাপট

Russia। ইউক্ৰেনে ৰাছিয়াৰ ব্ৰাইনস্ক অঞ্চলত আমেৰিকাৰ যোগান ধৰা ছয়টা দীঘলীয়া দূৰত্বৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ । বাইডেনৰ এটা সিদ্ধান্তৰ পিছতেই পুটিনে ল'লে আন এক বৃহৎ সিদ্ধান্ত। সলনি হ'ব নেকি পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰৰ নীতি ! আমেৰিকাৰ পৰা লাভ কৰা ৬টাকৈ মিছাইলে ইউক্ৰেইনে নিক্ষেপ কৰিলে ৰাছিয়াৰ ভিতৰত।

অদ্ভূত সপোন দেখাটো অখিল গগৈৰ এটা পুৰণি বেমাৰ, অখিল গগৈ সেই বেমাৰৰ এতিয়াও চিকাৰ হৈয়ে আছে :জয়ন্ত মল্ল বৰুৱা । Jayanta Malla Baruah

Jayanta Malla Baruah : অদ্ভূত সপোন দেখাটো অখিল গগৈৰ এটা পুৰণি বেমাৰ, অখিল গগৈ সেই বেমাৰৰ এতিয়াও চিকাৰ হৈয়ে আছে : জয়ন্ত মল্ল বৰুৱা । মিঞাৰ সমৰ্থনত সপোন দেখা মানুহৰ সপোন কেতিয়াও বাস্তৱ নহয়ঃ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ।

Bongaigaonবঙাইগাঁও জিলাত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান -২০২৪

কুষ্ঠৰোগ মুক্ত সমাজ গঢ়াৰ উদ্দেশ্যেৰে কাইলৈৰ পৰা বঙাইগাঁও জিলাতো ৰাষ্ট্ৰীয় কুষ্ঠৰোগ নিৰ্মূলকৰণ আঁচনিৰ অধীনত 'কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান -২০২৪' আৰম্ভ হ'ব ( Bongaigaon)। বঙাইগাঁও জিলাত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান -২০২৪৷ এই অভিযান সন্দৰ্ভত মঙলবাৰে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকৰ কাৰ্যালয়ত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এখন সংবাদ মেলৰ আয়োজন কৰে ৷

Assam Cabinet Decision। কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে ৰাজ্যিক কেবিনেটে?

Assam Cabinet Decision। মঙলবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰা এক সংবাদমেলত কেবিনেটৰ সিদ্ধান্ত সমূহ ৰাজহুৱা কৰে।

Popular