Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

বকো আৰক্ষীৰ তালাচিত উদ্ধাৰ ড্ৰাগছসহ নগদ ধন : দুই ব্যৱসায়ী যুৱক আটক

বকো  দেশজুৰি ক'ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে তীব্ৰ যুদ্ধ সদৃশ পৰিবেশ সৃষ্টি হৈ থকাৰ মাজতে শুকুৰবাৰে কামৰূপ জিলাৰ বকোত উদ্ধাৰ হয় নগদ ধনসহ ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰী। শুকুৰবাৰে আবেলি বকো আৰক্ষী থানা আৰু বকো বজাৰৰ কাষতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ
Read More...

ডিজুভেলীৰ প্ৰান্তীয় অঞ্চলত অ’পেন ড’ৰ অসমৰ সাহায্য বিতৰণ

কলিয়াবৰ লকডাউনত উপাৰ্জনহীন হৈ কলিয়াবৰৰ ডিজুভেলী চাহ বাগিচাৰ একাংশ শ্ৰমজীৱী লোকে বনৰীয়া আলু-কচু খাই ভোক নিবাৰণ কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে অসহায় লোকসকলৰ কাষত ঠিয় দিয়ে কলিয়াবৰৰ এটি আগশাৰীৰ বেচৰকাৰী সংস্থা অ'পেন ড'ৰ
Read More...

লেহেমীয়া গতিত ডিৰাক চোমনি খহনীয়া ৰোধৰ জিঅ’ বেগৰ কাম : ক্ষুদ্ধ বিধায়ক বলিন চেতিয়া

ডিৰাক সীমান্ত তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰু ধলা অঞ্চলৰ শতাধিক গাঁৱৰ ৰাইজৰ বাবে ভাবুকি স্বৰূপ হৈ পৰা ন-দিহিং নদীৰ ডিৰাক চোমনি মথাউৰিৰ সংকটপূৰ্ণ হৈ থকা চাৰিটা অংশৰ খহনীয়া ৰোধৰ বাবে অসম চৰকাৰে প্ৰায় চাৰি কোটি বিৰাশী লাখ টকাৰ জিঅ' বেগৰ
Read More...

কোভিড- ১৯ পজিটিভ দেৱৰাজ আচাৰ্যকলৈ চাঞ্চল্য গ্ৰাম্য কামৰূপত

বাইহাটা চাৰিআলি কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী মদনপুৰত এজনৰ দেহত ক'ৰ'ণা পজিটিভ পোৱাৰ পিছত সমগ্ৰ অঞ্চলটোৰ লগতে জিলাখনত আতংকময় পৰিবেশ বিৰাজ কৰিছে৷ প্ৰাপ্ত বাতৰি অনুসৰি, কৰ্মসূত্ৰে চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰত ভাড়া ঘৰত
Read More...

প্রধানমন্ত্রী কৃষক সম্মান নিধি যোজনাৰ হিতাধিকাৰীৰ কেলেংকাৰী : ভুৱা কৃষকৰ তালিকাৰে ভৰি পৰিছে সাহায্যৰ…

ডিৰাক সীমান্ত কেন্দ্ৰীয় চৰকাৰৰ এশ শতাংশ অনুদানেৰে ৰূপায়িত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ সাহায্যৰ নামত ৰাজ্যত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি৷ চৰকাৰে প্ৰকাশ কৰা তালিকা দেখি চকু কপালত উঠিছে সচেতন মহলৰ লগতে প্ৰকৃত কৃষকসকলৰ। ভুৱা কৃষকৰ
Read More...

ক’ৰ’ণা বাছ! আজমেৰৰ পৰা অহা বাছত ৭ আক্ৰান্ত : অসমত ৫৭ লৈ বৃদ্ধি ক’ভিড আক্ৰান্ত

গুৱাহাটী  দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পিছত গণ সংক্ৰমণ হ'ল ৰাজস্থানৰ আজমেৰ দৰগাহ ফেৰতৰ মাজত।যোৱা দুই মে'ৰ পৰা যাত্ৰা আৰম্ভ কৰা ৪৬ জনক কঢ়িয়াই অনা দুখন বাছ উপস্থিত হৈছিল শিলচৰত। এই বাছত ফৰিদুল ইছলাম নামৰ গাড়ী চোৰ এটাৰ জৰিয়তে ক’ৰ’ণা
Read More...

জিএমচিৰ অধীক্ষকসহ ঌ চিকিৎসক, ৩৮৬ জনক কোৱাৰেণ্টাইন : কোৱাৰেণ্টাইনৰ অধীনত ৫ টা স্থান, ৰে’ড…

গুৱাহাটী গুৱাহাটী মহানগৰ ৰে'ড জ'নৰ অধীনলৈ যাব নেকি? চাৰি ক’ৰ'ণাক্ৰান্ত ধৰা পৰাৰ লগতে এজনৰ মৃত্যুৰ পিছত উত্থাপিত হৈছে এই কথা। শুকুৰবাৰে জিএমচিএইছৰ এক আৰু পাঁচ নং ছাত্ৰাবাস, লখৰা অঞ্চলটো, চানমাৰী-খাৰঘূলিৰ অমিয়া নগৰ,বি বৰুৱা কেন্সাৰ
Read More...

তেজুৰপৰা ৫ দিন খোজকাঢ়ি জামুগুৰি পালেহি তিনি শ্রমিক : তিনিমাহ কাম কৰাই এটকাও নিদিলে ঠিকাদাৰে

জামুগুৰিহাট ক’ৰ’ণা মহামাৰীয়ে সর্বত্ৰ বিভীষিকাৰ সৃষ্টি কৰাৰ মুহূর্তত বৃহস্পতিবাৰে সন্ধ্যা প্ৰায় ৭ বজাত এখন ট্রাকত তিনিজন যুৱক আহি জামুগুৰিহাটৰ মাজমজিয়াত উপস্থিত হোৱা এক ঘটনাই অঞ্চলটোৰ সচেতন মহলত শংকাৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে সন্ধ্যা
Read More...

বিধায়ক পদ্মৰ “কন্যকা” দেখি অভিভূত মন্ত্ৰীদ্বয় অতুল বৰা-ফণীভূষণ চৌধুৰী : জামুগুৰিহাটত মতা মাছ, মাইকী…

জামুগুৰিহাট জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ দাঁতিচৰত প্ৰায় দুহেজাৰো অধিক কৃষি ভূমিক সামৰি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই একক প্ৰচেষ্টাৰে গঢ় দিয়া বিশাল “কন্যকা কৃষি পাম”খন কালি পৰিদৰ্শন কৰে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু যোগান মন্ত্ৰী
Read More...

হিতাধীকাৰীক ৰেচন কমকৈ দিয়াৰ অভিযোগ : তদন্তৰ দাবী সংগ্ৰাম পৰিষদৰ

খাৰুপেটীয়া  দেশজুৰি মহামাৰী ৰূপ ধাৰণ কৰা কভিদ-১৯ৰ ওপৰত লক্ষ্য কৰি ৰাইজৰ লগতে অসম চৰকাৰেও বিভিন্ন আঁচনিৰ যোগেদি দৰিদ্ৰ ৰাইজলৈ সহায়ৰ হাত আগবঢ়াই আহিছে৷ সাম্প্ৰতিক পৰিস্থিতিত চৰকাৰে সমবায় সমিতিৰ জৰিয়তে আগবঢ়োৱা সামান্য সাহাৰ্য্য
Read More...