Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

চিকিৎসালয়ৰ পৰা সুস্থ হৈ ঘৰলৈ গ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং

অনলাইন বাৰ্তা   দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্স (এইমছ)ৰ পৰা যাবলৈ দিয়া হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙক৷ দেওবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক বুকু বিষ আৰু শ্বাসকষ্ট বাবে চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল৷ তেওঁক
Read More...

কাকপথাৰত বিশ্ব নাৰ্চ দিৱস পালন

ডিৰাক সীমান্ত 'বিশ্ব নাৰ্চ দিৱস’ সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১২ মে’ তাৰিখে পালন কৰা হয়। মঙলবাৰে এই দিনটোতে শুভ্ৰতাৰ প্ৰতীক আধুনিক নাৰ্চিঙৰ পথ প্ৰদৰ্শক ফ্লোৰেন্স নাইটিংগেলৰ জন্ম হৈছিল ১৮২০ চনৰ ১২ মে’ তাৰিখে ইটালীৰ ফ্লোৰেন্স চহৰত৷ ফ্লোৰেন্স
Read More...

লকডাউনৰ সুবিধা লৈ নাজিৰাত বি জে পি নেতাৰ অবৈধভাৱে ব্যৱসায়িক সন্থা গঠনৰ অপচেষ্টা : ক্ষুদ্ধ সৰু-বৰ…

নাজিৰা  ক’ৰোনা মহামাৰীৰ ভয়াবহতাত আতঙ্কিত হৈ কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাৰ সময়তে অতি দৃষ্টিকটুভাৱে শাসনাধিষ্ঠিত বিজেপি দলৰ একাংশ নেতা পালিনেতাই নাজিৰা নগৰত গোপনে ব্যৱসায়িক সন্থা গঠন কৰাক লৈ সমগ্ৰ নগৰখনতে তীব্ৰ
Read More...

প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ হিতাধিকাৰীৰ তালিকালৈ কলিয়াবৰত অভিযোগ-প্ৰত‍্যাভিযোগ

কলিয়াবৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ হিতাধিকাৰীৰ তালিকা প্ৰকাশ হোৱাৰে পৰা ক’ৰোনা সংক্ৰমণৰ সমান্তৰালকৈ ইয়ো এক চৰ্চিত বিষয়টো হৈ পৰিছে। ভয়ানক দুৰ্নীতি আৰু স্বজন-তোষণৰে ৰাজনৈতিক নেতা-পালিনেতাৰ ছত্ৰছায়াত কৃষি বিভাগে প্ৰস্তুত কৰা
Read More...

স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিবসৰ প্ৰস্তুতি

তিনিচুকীয়া তিনিচুকীয়া বৰগুৰিস্হিত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ প্ৰাঙ্গণত মটক জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ নেতৃত্ববৃন্দৰ উপস্থিতিত সামাজিক দূৰত্ব মানি ঐতিহাসিক মটক ৰাজ্যৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২১৮ সংখ্যক
Read More...

নন্দিতা দাসৰ নিৰ্দেশত সোণতলীত পৰিদৰ্শন বাংলা ছেনিটাইজ প্ৰশাসনৰ : ১৪ দিনৰ কুৱাৰেণ্টাইনত আছিল কামৰূপৰ…

সোণতলী ক’ৰোনাত আতংকত সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো ৭০ হাজাৰ অতিক্ৰম কৰিলে৷ অসমতো ইতিমধ্য ৬৪ জনকৈ ব্যক্তি ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে কামৰূপ জিলাৰ বকো সমষ্টিৰ সোণতলীৰ পুৰানগাঁৱৰ মফিজ উদ্দিন আক্ৰান্ত হৈছিল
Read More...

দৰঙৰ ধুলাত ঘৰুৱা কাজিয়াৰ সূত্ৰপাতত দুই ফৈদৰ মাজত মাৰপিট : হাতে হাতে দা, কুঠাৰলৈ আক্ৰমণ, আহত ১১

খাৰুপেটীয়া দৰঙৰ ধুলাত দুই ফৈদৰ মাজত সংঘটিত হোৱা তুমুল কাজিয়াই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘৰুৱা কাজিয়াৰ সূত্ৰপাতত দুই ফৈদৰ মাজত সংঘটিত হোৱা কাজিয়াত ১১জনকৈ লোক গুৰুতৰভাৱে আহত হয়। ঘটনা সংক্ৰান্তত জানিব পৰা মতে দৰং জিলাৰ
Read More...

নাজিৰাত প্ৰহসনত পৰিনত যুগ্ম-অযুগ্ম নীতি : নাকী লগোৱাত ব্যৰ্থ উদণ্ড বাইক চালকক, ভীতিগ্ৰস্ত জনগণ

নাজিৰা মহামাৰী ক’ৰোনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন। ৪৫ টা দিন লকডাউনৰ আওতাত গৃহ বন্দিত্বৰে জীৱন-যাপন কৰাৰ পিছত ক্ৰমাৎ নিম্নগামী হৈ পৰা দেশৰ অৰ্থনীতি কিছু শক্তিশালী কৰিবৰ বাবে তৃতীয় পৰ্যায়ৰ লকডাউনত
Read More...

বিশিষ্ট সাংবাদিক -সাহিত্যিক জয়ছিং টকবি অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক মনোনীত

দেওপানী ৰাজ্যৰ এগৰাকী বিশিষ্ট সাংবাদিক তথা সাহিত্যিক জয়ছিং টকবিক অসম সাহিত্য সভাই ২০২০-২২ বৰ্ষৰ বাবে আঞ্চলিক সম্পাদক হিচাপে মনোনীত কৰিছে৷ উল্লেখ্য যে যোৱা ৭ মে'ত অসম সাহিত্য সভাৰ গুৱাহাটীৰ প্ৰশাসনিক কাৰ্যালয় ৰাধাগোবিন্দ বৰুৱা
Read More...

দেশত ক’ৰোনা মুক্ত ৫ ৰাজ্য : ভাৰতত প্ৰাদুৰ্ভাৱৰ ১০২ দিনৰ পাছত সংক্ৰমণ বৃদ্ধি ১৪ ৰাজ্যত

অনলাইন বাৰ্তা ভাৰতত ক’ৰোনা ভাইৰাছত সংক্ৰমিতৰ সংখ্যা যদিও বৃদ্ধি পাইছে তাৰ মাজতে পাঁচখন ৰাজ্যত সকলো ক’ৰোনা ৰোগী সুস্থ হৈ উঠিছে আৰু চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে৷ ফলত এই পাঁচখন ৰাজ্য ক’ভিড-১৯ মুক্ত হৈ পৰিছে৷ ইয়াৰ বাদে দেশৰ ১৪খন ৰাজ্য
Read More...