Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

বিশ্ব ধাত্ৰী দিৱসত চেলেংহাট হেলথ ক্লাবৰ ব্যতিক্ৰমী প্ৰয়াস : মানৱ সেৱাত ব্ৰতি থকা নাৰ্চৰ জীৱনৰ লগত…

টীয়ক নিজৰ জীৱনৰ অধিক সময় যি আনৰ বাবে কটায়েই সুখী হয়, যি নিজৰ জীৱনটো আনৰ বিপদত সেৱা কৰি  জীপাল হয় সেয়াই হ’ল ধাত্ৰী বা নাৰ্ছ ৷ নিজৰ ব্যৱস্ততাৰ প্ৰতিটো সময় আনৰ সেৱাত উৎসৰ্গিত এই বৃত্তিয়ে মানব ইতিহসত ৰাখি গৈছে এক সুকীয়া স্থান৷ হয়৷
Read More...

শিল্পীৰ হাতৰ পৰশত নেলছন মেণ্ডেলা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু অখিল গগৈৰ প্ৰতিকৃতি

কলিয়াবৰ  লকডাউনত আমাৰ চিন্তা-চেতনা, সৃষ্টিশীলতাক ৰুদ্ধ হ’বলৈ নিদিয়াৰ লক্ষ্যৰে গৃহবন্দীৰ অস্থিৰতাৰ মাজতে নতুন প্ৰজন্মৰ মাজত যোৱা ১২ৰ পৰা ৩০ এপ্ৰিললৈ এলানি প্ৰতিকৃতি অংকন প্ৰতিযোগিতা আয়োজন কৰিছিল ভাৰতীয় গণনাট্য সংঘৰ নগাঁও জিলা শাখাই।
Read More...

শব্দযন্ত্ৰী আৰু ছেলুন ব্যৱসায়ী লোকক খাদ্য সামগ্ৰী বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও ক'ৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ২৪ মাৰ্চৰ পৰা দেশজুৰি অব্যাহত থকা লকডাউনৰ নীতি নিৰ্দেশনাৰ বাবে সমাজৰ একাংশ লোকৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা। বিশেষকৈ লকডাউন আৰম্ভ হোৱা সময়ৰ পৰা শব্দযন্ত্ৰী আৰু ছেলুন ব্যৱসায়ৰ লগত জড়িত
Read More...

মুৰফুলনীত বজ্ৰ পৰি এজনৰ মৃত্যু

মুৰফুলনী গোলাঘাট জিলাৰ বগীজান থানাৰ মুৰফুলনীৰ দখৰা পথাৰ অঞ্চলত ব্ৰজ পৰি এজন ১৭ বছৰীয়া কিশোৰৰ  কৰুণ মৃত্যু হয়৷ আনফালে এগৰাকী ২৬ বছৰীয়া মহিলা গুৰুতৰভাৱে আহত। মৃত্যু হোৱা কিশোৰটিৰ নাম জয়দ্বীপ ভূমিজ। ইফালে হঠাতে অহা এজাক ধুমুহা বৰষুণে
Read More...

বহিৰাজ্যৰ পৰা সোমাল ৩৫৯৭ জন। বাহিৰৰ পৰা অহা সকলো যাব লাগিব কোৱাৰেন্টাইনত। নতুন প্ৰত্যাহ্বানলৈ সাজু…

দৈনন্দিন বাৰ্তা প্ৰতিবেদন অসমলৈ ঘূৰি আহিলে সকলো থাকিব লাগিব কোৱাৰেন্টাইনত।কোনেও মধ্যবিত্তীয় মানসিকতাৰে চলিব নোৱাৰিব।ঘৰত বা ফ্লেটত থাকিলেও এই নীতি পালন কৰিবই লাগিব।আজি সংবাদমেলৰ জৰিয়তে এইকথা সদৰী কৰে মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই।তেওঁ
Read More...

ফুটবলপ্ৰেমীৰ বাবে আহিল সুখবৰ : ২০২১ চনৰ ১৭ ফেব্ৰুৱাৰীৰ পৰা মহিলা বিশ্ব কাপ ফুটবল ভাৰতত

অনলাইন বাৰ্তা ভাৰতীয় ফুটবলপ্ৰেমীৰ বাবে আহিল সুখবৰ৷ এবছৰ বাতিল হ’লেও ১৭ বছৰ অনুৰ্দ্ধ মহিলা বিশ্ব কাপ ফুটবল অহা বছৰ ভাৰতত অনুষ্ঠিত হ’ব৷ আজি এই টুৰ্ণামেণ্টৰ নতুন দিন ঘোষণা কৰিলে আয়োজকে৷ এই প্ৰসংগত জনায় যে এই টুৰ্ণামেণ্টখন ভাৰতীয় মহিলা
Read More...

চিকিৎসালয়ৰ পৰা সুস্থ হৈ ঘৰলৈ গ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিং

অনলাইন বাৰ্তা   দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অব মেডিকেল ছায়েন্স (এইমছ)ৰ পৰা যাবলৈ দিয়া হ’ল প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙক৷ দেওবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক বুকু বিষ আৰু শ্বাসকষ্ট বাবে চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছিল৷ তেওঁক
Read More...

কাকপথাৰত বিশ্ব নাৰ্চ দিৱস পালন

ডিৰাক সীমান্ত 'বিশ্ব নাৰ্চ দিৱস’ সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১২ মে’ তাৰিখে পালন কৰা হয়। মঙলবাৰে এই দিনটোতে শুভ্ৰতাৰ প্ৰতীক আধুনিক নাৰ্চিঙৰ পথ প্ৰদৰ্শক ফ্লোৰেন্স নাইটিংগেলৰ জন্ম হৈছিল ১৮২০ চনৰ ১২ মে’ তাৰিখে ইটালীৰ ফ্লোৰেন্স চহৰত৷ ফ্লোৰেন্স
Read More...

লকডাউনৰ সুবিধা লৈ নাজিৰাত বি জে পি নেতাৰ অবৈধভাৱে ব্যৱসায়িক সন্থা গঠনৰ অপচেষ্টা : ক্ষুদ্ধ সৰু-বৰ…

নাজিৰা  ক’ৰোনা মহামাৰীৰ ভয়াবহতাত আতঙ্কিত হৈ কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাৰ সময়তে অতি দৃষ্টিকটুভাৱে শাসনাধিষ্ঠিত বিজেপি দলৰ একাংশ নেতা পালিনেতাই নাজিৰা নগৰত গোপনে ব্যৱসায়িক সন্থা গঠন কৰাক লৈ সমগ্ৰ নগৰখনতে তীব্ৰ
Read More...

প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ হিতাধিকাৰীৰ তালিকালৈ কলিয়াবৰত অভিযোগ-প্ৰত‍্যাভিযোগ

কলিয়াবৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ হিতাধিকাৰীৰ তালিকা প্ৰকাশ হোৱাৰে পৰা ক’ৰোনা সংক্ৰমণৰ সমান্তৰালকৈ ইয়ো এক চৰ্চিত বিষয়টো হৈ পৰিছে। ভয়ানক দুৰ্নীতি আৰু স্বজন-তোষণৰে ৰাজনৈতিক নেতা-পালিনেতাৰ ছত্ৰছায়াত কৃষি বিভাগে প্ৰস্তুত কৰা
Read More...