Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিবসৰ প্ৰস্তুতি

তিনিচুকীয়া তিনিচুকীয়া বৰগুৰিস্হিত সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ প্ৰাঙ্গণত মটক জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ নেতৃত্ববৃন্দৰ উপস্থিতিত সামাজিক দূৰত্ব মানি ঐতিহাসিক মটক ৰাজ্যৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২১৮ সংখ্যক
Read More...

নন্দিতা দাসৰ নিৰ্দেশত সোণতলীত পৰিদৰ্শন বাংলা ছেনিটাইজ প্ৰশাসনৰ : ১৪ দিনৰ কুৱাৰেণ্টাইনত আছিল কামৰূপৰ…

সোণতলী ক’ৰোনাত আতংকত সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো ৭০ হাজাৰ অতিক্ৰম কৰিলে৷ অসমতো ইতিমধ্য ৬৪ জনকৈ ব্যক্তি ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ জানিব পৰা গৈছে৷ উল্লেখযোগ্য যে কামৰূপ জিলাৰ বকো সমষ্টিৰ সোণতলীৰ পুৰানগাঁৱৰ মফিজ উদ্দিন আক্ৰান্ত হৈছিল
Read More...

দৰঙৰ ধুলাত ঘৰুৱা কাজিয়াৰ সূত্ৰপাতত দুই ফৈদৰ মাজত মাৰপিট : হাতে হাতে দা, কুঠাৰলৈ আক্ৰমণ, আহত ১১

খাৰুপেটীয়া দৰঙৰ ধুলাত দুই ফৈদৰ মাজত সংঘটিত হোৱা তুমুল কাজিয়াই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘৰুৱা কাজিয়াৰ সূত্ৰপাতত দুই ফৈদৰ মাজত সংঘটিত হোৱা কাজিয়াত ১১জনকৈ লোক গুৰুতৰভাৱে আহত হয়। ঘটনা সংক্ৰান্তত জানিব পৰা মতে দৰং জিলাৰ
Read More...

নাজিৰাত প্ৰহসনত পৰিনত যুগ্ম-অযুগ্ম নীতি : নাকী লগোৱাত ব্যৰ্থ উদণ্ড বাইক চালকক, ভীতিগ্ৰস্ত জনগণ

নাজিৰা মহামাৰী ক’ৰোনা সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন। ৪৫ টা দিন লকডাউনৰ আওতাত গৃহ বন্দিত্বৰে জীৱন-যাপন কৰাৰ পিছত ক্ৰমাৎ নিম্নগামী হৈ পৰা দেশৰ অৰ্থনীতি কিছু শক্তিশালী কৰিবৰ বাবে তৃতীয় পৰ্যায়ৰ লকডাউনত
Read More...

বিশিষ্ট সাংবাদিক -সাহিত্যিক জয়ছিং টকবি অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক মনোনীত

দেওপানী ৰাজ্যৰ এগৰাকী বিশিষ্ট সাংবাদিক তথা সাহিত্যিক জয়ছিং টকবিক অসম সাহিত্য সভাই ২০২০-২২ বৰ্ষৰ বাবে আঞ্চলিক সম্পাদক হিচাপে মনোনীত কৰিছে৷ উল্লেখ্য যে যোৱা ৭ মে'ত অসম সাহিত্য সভাৰ গুৱাহাটীৰ প্ৰশাসনিক কাৰ্যালয় ৰাধাগোবিন্দ বৰুৱা
Read More...

দেশত ক’ৰোনা মুক্ত ৫ ৰাজ্য : ভাৰতত প্ৰাদুৰ্ভাৱৰ ১০২ দিনৰ পাছত সংক্ৰমণ বৃদ্ধি ১৪ ৰাজ্যত

অনলাইন বাৰ্তা ভাৰতত ক’ৰোনা ভাইৰাছত সংক্ৰমিতৰ সংখ্যা যদিও বৃদ্ধি পাইছে তাৰ মাজতে পাঁচখন ৰাজ্যত সকলো ক’ৰোনা ৰোগী সুস্থ হৈ উঠিছে আৰু চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে৷ ফলত এই পাঁচখন ৰাজ্য ক’ভিড-১৯ মুক্ত হৈ পৰিছে৷ ইয়াৰ বাদে দেশৰ ১৪খন ৰাজ্য
Read More...

সাংবাদিকক পিপিই কিট, মাস্ক, ছেনিটাইজাৰ বিতৰণ বোকাজান আৰক্ষীৰ

বোকাজান  বোকাজান মহকুমাৰ খটখতি আৰক্ষী থানাত সোমবাৰে সন্ধিয়া আৰক্ষী আৰু মহকুমাটোৰ সাংবাদিকসকলৰ মাজত ক’ভিড-১৯ ক লৈ এক সজাগতামূলক আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ এই আলোচনা চক্ৰতে ক’ভিড-১৯ ক ৰোধৰ ক্ষেত্ৰত বোকাজানত আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থা
Read More...

তৰুণ গগৈক ১৪ দিনৰ কোৱাৰেণ্টাইন কৰিব লাগে : শিলাদিত্য দেৱ

লংকা  প্ৰাক্তন  মুখ্যমন্ত্রী তৰুণ গগৈয়ে বিজেপি চৰকাৰক সোমবাৰে সংবাদমেল পাতি ব্যৰ্থ চৰকাৰ বুলি মন্তব্য প্ৰকাশ কৰা সন্দৰ্ভত হোজাইৰ বিধায়ক শিলাদিত্যৰ বিস্ফোৰক মন্তব্য৷ শিলাদিত্য দেৱে মন্তব্য কৰি কয় যে তেওঁক অতি সোনকালে ১৪ দিনৰ বাবে 
Read More...

দেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা প্ৰধানমন্ত্ৰীৰ মানুহ ঘৰলৈ ঘুৰি আহিবলৈ বিচাৰে সংকটকালত

অনলাইন বাৰ্তা চৰকাৰে চাইছিল যি য’তে আছে, তাতেই থাকক৷ কিন্তু মানুহ ঘৰলৈ যাবলৈ চাবই৷ সেয়ে বহু সিদ্ধান্ত সলনি হৈছে৷ ১৭ মে’ৰ পাছত লকডাউনৰ ভৱিষ্যতক লৈ সিদ্ধান্ত ল’বৰ বাবে দেশত যি ঘটি আছে তাকে লৈ মুখ্যমন্ত্ৰীসকলৰ সৈতে আয়োজিত বৈঠকত এনেদৰে
Read More...

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদকৰ অধিবক্তাই ন্যায়ালয়ত ক’লে, অৰ্ণৱ গোস্বামীক জেৰা কৰা এজন আৰক্ষী বিষয়াৰ…

অনলাইন বাৰ্তা দেশৰ জ্যেষ্ঠ সাংবাদিক তথা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে দাখিল কৰা গোচৰৰ সংক্ৰান্তত আজি দেশৰ উচ্চতম ন্যায়ালয়ত শুনানি অনুষ্ঠিত হয়। জ্যেষ্ঠ সাংবাদিক অৰ্ণৱ গোস্বামীৰ হৈ
Read More...