Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

ঈদৰ বজাৰৰ নামত অনাহকত নগৰত সমবেত হৈ ল’কডাউন ভংগ নকৰিবলৈ শিৱসাগৰৰ মছজিদ পৰিচালনা সমন্বয়ৰক্ষী…

শিৱসাগৰ  সমগ্ৰ বিশ্বত ক’ভিড-১৯ মহামাৰীয়ে  মানৱ জীৱনলৈ যি বিপদ নমাই আনিছে ইয়াক লৈ এতিয়া ত্রস্তমান প্ৰতিখন দেশেই। কেন্দ্ৰীয় আৰু অসম চৰকাৰে মানৱ সম্পদ ৰক্ষা কৰাৰ স্বাৰ্থত ৫৪ দিনৰ বাবে তৃতীয় পৰ্যায়ৰ লকডাউনৰ দৰে এক অপ্রত্যাশিত 
Read More...

নিশা দুলীয়াজানত বৰ্হিঃৰাজ্যৰ যাত্ৰবাহী বাছ

দুলীয়াজান এফালে মহামাৰী ক’ৰোনা ভাইৰাছৰ আতংকত সমগ্ৰ বিশ্ব শংকাত ভুগিছে, আনহাতে নিশা বহিঃৰাজ্যৰ পৰা অহা এখন বাছ দুলীয়াজানত প্ৰৱেশ কৰাক লৈ দুলীয়াজানবাসীৰ মনত এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন উদয় হয় ৷ উল্লেখযোগ্য যে শুকুৰবাৰে নিশা
Read More...

কৃষিমন্ত্ৰীৰ গৃহ জিলাত পি এম কৃষাণৰ তালিকাত ব্যাপক বিসংগতি : প্ৰকৃত কৃষকৰ পৰিৱৰ্তে ৰাজনৈতিক নেতা…

মুৰফুলনী কৃষিমন্ত্ৰী অতুল বৰাৰ গৃহ জিলাত প্ৰধানমন্ত্ৰী কৃষক সন্মান আঁচনিৰ হিতাধিকাৰীৰ তালিকাত দেখা গৈছে ব্যাপক  বিসংগতি। গোলাঘাট জিলাৰ ভিন্ন প্ৰান্তত এতিয়া ক্ষোভ উজাৰিছে কৃষক তথা স্থানীয় দল-সংগঠনে৷ জিলাখনৰ বহু প্ৰান্তত এতিয়া ব্যাপক
Read More...

মঙলদৈত অৰ্ধশতাধিক মন্দিৰৰ পুৰোহিতৰ কাষত যুৱ নেতা পিংকু দাস : আগবাঢ়ালে মাস্ক, খাদ্য-সামগ্ৰী

মঙলদৈ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো কিছু শিথিলতাৰ মাজত তৃতীয় পৰ্যায়ৰ লকডাউন চলি আছে। এই লকডাউনৰ সময়তে মঙলদৈৰ প্ৰায় অৰ্ধশতাধিক মন্দিৰৰ পুৰোহিতলৈ সহায়ৰ হাত আগবঢ়ালে মঙলদৈৰ যুৱ নেতা তথা অনুসুচিত
Read More...

প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাত অনিয়মৰ অভিযোগ : পঞ্চায়ত প্ৰতিনিধিৰ পৰিয়ালৰ নাম অন্তভূক্তৰে…

কলিয়াবৰ কলিয়াবৰ মহকুমাৰ পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰহধলা গাঁও পঞ্চায়তত প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাত বিয়াগোম কেলেঙ্কাৰীয়ে সকলোৰে চকু কপালত তুলিছে। তালিকাত একেটা পৰিয়ালৰ একাধিক সদস‍্যৰ লগতে চাকৰীয়াল,
Read More...

বৰুৱাঝাৰ সমবায় সমিতিৰ তেল চুৰি কাণ্ডৰ ন ন তথ্য উন্মোচণ : উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

খাৰুপেটীয়া সমগ্ৰ ৰাজ্যজুৰি লকডাউন, সান্ধ্য আইন চলি থকাৰ সময়তেই দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ অধীনত দুলিয়াপাৰা  গাঁৱত যোৱা ৩ মে নিশা প্ৰায় ১০.৩০ বজাত এএছ ১৩ এল ৪৩৮৭ নম্বৰৰ মটৰ চাইকেলেৰ দুজন লোকে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত স্থানীয়
Read More...

ৰাজ্যৰ পশুপালন বিভাগৰ ফোপুলাস্বৰূপ : বিষয়া কৰ্মচাৰী অভাৱে অশনি সংকেত কঢ়িয়াইছে ৰাজ্যৰ পশুপালকলৈ

টীয়ক  সমগ্ৰ বিশ্ব, দেশ জাতি আজি ক’ৰোনাতংকৰ  ত্ৰাস্তমান হৈ থকাৰ সময়তে ৰাজ্যৰ পশুকুলৰ মাজত সন্তপৰ্ণে আহি প্ৰবেশ কৰিলেহি  "ছোৱাইন ফিভাৰৰ" দৰে মাৰাত্মক ৰোগ৷ উজনি অসমত গাহৰিৰ অস্বাভাৱিক মৃত্যু সেই মৃত্যুক লৈ, এই মাৰাত্মক ৰোগবিধক লৈ আতংকিত
Read More...

মদাহীৰ কান্ধত দেশৰ ৰাজভঁৰাল টনকিয়ালৰ দায়িত্ব ! দিল্লী-অন্ধ্ৰৰ পিছত অসমত বাঢ়িল ২৫% আবকাৰী শুল্ক

গুৱাহাটী  আজব দেশৰ কথা অমৃত সমান। মদাহীয়ে টনকিয়াল কৰিব ভাৰতৰ ৰাজভঁৰাল। সেয়েহ'লগৈ সুৰাই একমাত্ৰ ভৰসা। সুৰাৰ ধনেৰে চলিছে দেশ উদ্ধাৰৰ পৰিকল্পনা। বাটে পথে গেলা মদাহী বুলি তিৰস্কাৰৰ বলি হোৱা সকলে এতিয়া দেশ উদ্ধাৰৰ গধুৰ বোজা কান্ধ পাতি
Read More...

কাৰ্বি আংলঙৰ চৌকিহোলাত ছোৱাইন ফিভাৰ সম্পৰ্কীয় সজাগতা সভা পশু ধন আৰু পশুপালন বিভাগৰ

দেওপানী বিশ্বজুৰি ক’ভিড-১৯ৰ সংক্ৰমণৰ তীব্ৰ হৈ থকাৰ সময়তে উজনি অসমৰ কেইবাখনো জিলাত হোৱা ছোৱাইন ফিভাৰে চিন্তিত কৰিছে গাহৰি পালকক৷ ছোৱাইন ফিভাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে  কাৰ্বি আংলং জিলাৰ নিলিপ সমষ্টিৰ চৌকিহোলাত ছোৱাইন ফিভাৰ প্ৰতিৰোধ
Read More...

ধনেশ, তেলিয়া সাৰেঙৰ মুক্ত বিচৰণ জনাৰণ‍্যৰ আশে পাশে

কলিয়াবৰ  তলাবন্ধই যেন সোণতে সুৱগা চৰাইছে প্ৰকৃতিৰ। সংৰক্ষিত বনাঞ্চল অথবা অভয়াৰণ্যত বিচৰণ কৰা দূৰ্লভ ধনেশ পক্ষী, তেলিয়া সাৰেং এতিয়া নিৰাপদে আপোন পাহৰা হৈ কলিয়াবৰৰ আকাশত বিচৰণ কৰিছে। লকডাউনৰ দীঘলীয়া সময়ছোৱাত প্ৰকৃতি ন-ৰূপেৰে জিলিকি
Read More...