Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

দিল্লীৰ ৰামমোহন লোহিয়া চিকিৎসালয়ৰ কোৱাৰেণ্টিনত থকা অসমৰ ক্ৰীড়াবিদ পুষ্প বৰুৱা ক্ৰমাৎ সুস্থ : পৰিয়ালৰ…

নাজিৰা  দিল্লীৰ ৰামমোহন লোহিয়া চিকিৎসালয়ৰ কোৱাৰেণ্টিনত থকা অসমৰ বিশিষ্ট ক্ৰীড়াবিদ শিৱসাগৰ জিলাৰ পাটসাঁকো অঞ্চলৰ পুষ্প বৰুৱা ক্ৰমাৎ সুস্থ হৈ উঠিছে। তদুপৰি তেওঁৰ সংস্পৰ্শলৈ অহা সহধৰ্মিনী, কন্যা আৰু ভতিজাককে ধৰি পৰিয়ালৰ কোনো এগৰাকী
Read More...

অসমলৈ দলে-বলে আহিছে বহিৰাজ্যৰ পৰা

দৈনন্দিন বাৰ্তা প্ৰতিবেদন অসমলৈ ঘূৰিছে বাহিৰত আবদ্ধ লোকসকল।চৰকাৰৰ মধ্যস্থতাত ৰাজস্থানৰ কোটাৰ পৰা সোতৰখন বাছেৰে আহিছিল অভিভাবকসহ চাৰি শতাধিক ছাত্ৰ-ছাত্ৰী।ইয়াৰ পিছতে তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত চৰকাৰৰ অনুমতি লৈ উত্তৰপূবৰ ৰাজ্যৰ পৰা
Read More...

কৰ’না হটস্পট হ’ল কেনেকৈ জিএমচিএইছ

দৈনন্দিন বাৰ্তা প্ৰতিবেদন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সমগ্ৰ চৌহদ হৈ পৰিছে প্ৰাণঘাটক কৰ'না ভাইৰাছৰ নতুন হটস্পট।কালি চিকিৎসক ডাঃ লিথীকেশ ডি এছ কৰ'নাক্ৰান্ত হোৱাৰ পিছত একেটা চৌহদৰে আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ পিজি শিক্ষাৰ্থী ডাঃ
Read More...

লংকাৰ হাৱাইপুৰত পথাৰত এৰাল দিয়া গৰুৰ ডিঙি কাটি পেলাই থৈ গ’ল মূৰ

লংকা  লংকাৰ হাৱাইপুৰৰ গোঁসাই গাঁৱত শনিবাৰে এক অমানবীয় ঘটনা সংঘটিত হয়।  জানিব পৰা মতে,লংকাৰ হাৱাইপুৰৰ গোঁসাই গাঁৱৰ নিবাসী যুগেশ্বৰ নাথে নিজ ঘৰৰ দমৰা গৰুটো প্ৰত্যেক দিনৰ দৰে পথাৰত এৰাল দিছিল৷ সন্ধিয়া হোৱাত যুগেশ্বৰ নাথে গৰুটো ঘৰলৈ
Read More...

গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি সোনাৰাম ভৰালীক ঘৰতে হত্যাৰ ভাবুকি দুৰ্বৃত্তৰ

ধনশিৰি গোলাঘাট জিলাৰ প্ৰবীন সাংবাদিক তথা গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি সোনাৰাম ভৰালীক যোৱা শুকুৰবাৰৰ নিশা এটা দুৰ্বৃত্তই ঘৰতে হত্যাৰ ভাবুকি প্ৰদান কৰা বাতৰিয়ে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত বজাত
Read More...

বন বিভাগৰে মিতিৰালি অবৈধ বালি ব্যৱসায়ীৰ : আৰক্ষীয়ে বিহিলে জৰিমনা

বোকাজান  তৃতীয় পৰ্যায় লক ডাউন অব্যাহত থকাৰ সময়তে শনিবাৰে বোকাজানত বন বিভাগৰে মিতিৰালি থকা বুলি অভিযোগ থকা জনৈক কাথাৰচন নামৰ এজন বালি ব্যৱসায়ীৰ বালি পথাৰত থকা অবৈধ বালি মহলৰ পৰা নথিপত্ৰ বিহীনভাৱে বালি কঢ়িয়াই ডিমাপুৰলৈ বালি নি থকা
Read More...

দুলীয়াজানত ব্যতিক্ৰমী ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্ৰীজিথ টি : দুচকীয়া বাহনেৰে আহি উপস্থিত…

দুলীয়াজান ক’ভিড-১৯ মহামাৰীয়ে সমগ্র বিশ্বৰ লগতে ভাৰতবৰ্ষ তথা অসমকো  ভয়াবহ অৱস্থা সৃষ্টি কৰাৰ ফলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰা লকডাউন এতিয়া তৃতীয় পৰ্যায়। এই লকডাউনৰ সময়ছোৱাৰ মাজতে জিলাখনৰ আৰক্ষী অধীক্ষক শ্ৰীজিথ
Read More...

জখলাবন্ধা বাণিজ‍্যিক এলেকাত মাস্ক, ছেনিটাইজাৰ বিতৰণ

কলিয়াবৰ কলিয়াবৰত সাংসদ গৌৰৱ গগৈৰ উদ‍্যোগত কলিয়াবৰ কংগ্ৰেছৰ জখলাবন্ধাৰ চফাই কৰ্মী, ৰিক্সা, ঠেলা চালক আৰু দৰিদ্ৰ লোকক মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে৷ কলিয়াবৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়া তথা সদস‍্যৰ উপস্থিতিত জখলাবন্ধাৰ পৰা কলিয়াবৰ
Read More...

এদিনলৈ বন্ধ সুৰাৰ বিপনী : নতুন নিৰিখত দেওবাৰা পৰা বিক্ৰী

গুৱাহাটী দাম বাঢ়িৰ অসমত বিলাতী সুৰাৰ। ৰাজ্য চৰকাৰে ক’ৰ'ণাৰ নামত মাহে অতিৰিক্ত এহেজাৰ কোটি টকা আহৰণৰ লক্ষৰে ২৫ শতাংশ কৰ আৰোপ কৰিছে এমআৰপিৰ ওপৰত। কিন্তু  পুৰণি বটলবোৰ কি দামত বিক্ৰী হ'ব? এইকথা থিৰাং কৰিবলৈ এদিনৰ বাবে বন্ধ কৰি দিয়া হ'ল
Read More...

জামুগুৰিহাটত লকডাউন ধোৱাচাঙত : সজাগ, সচেতন কৰিবৰ বাবে আৰক্ষীয়ে মাইক লৈ চলালে প্ৰচাৰ

জামুগুৰিহাট তৃতীয় পৰ্যায়ৰ লকডাউনৰ লগে লগে লকডাউনৰ নীতি নিয়মৰ ক্ষেত্ৰত কিছু শিথিলতা অনাৰ পিছতেই যেন জামুগুৰিহাটত ধোৱাচাঙত পৰিণত হ’ল এই “লকডাউন”৷ দোকান পোহাৰ সকলো খোলা ৰাখি চৰকাৰী নীতি নিয়ম উলংঘা কৰি যাৰ যি মন যায় তাকেই কৰা দেখা পোৱা
Read More...