Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

দৰঙত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন

মঙলদৈ সমগ্র বিশ্বত ছানি ধৰা ক'ভিড-১৯ৰ কবলৰ পৰা দেশবাসীক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত ১৭ মে' পৰ্যন্ত লকডাউন বাহাল ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছে৷ এই নিৰ্দেশনাৰ সমান্তৰালকৈ দৰং জিলাৰ দণ্ডাধীশে সমগ্র জিলাখনত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬
Read More...

যোৰহাটত যানবাহন চলাচলৰ ক্ষেত্ৰত নতুন নিয়ম : এইবাৰ যুগ্ম, অযুগ্ম সংখ্যাৰ ব্যৱস্থা

যোৰহাট যোৰহাটত যানবাহন চলাচলৰ ক্ষেত্ৰত এইবাৰ যুগ্ম আৰু অযুগ্ম সংখ্যাৰ ব্যৱস্থা কৰা হৈছে৷ সম্প্ৰতি ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা দণ্ডাধীশে এক আদেশ যোগে কাইলৈৰ পৰা অত্যাৱশ্যকীয় সেৱাত জড়িত অনুমতি থকা
Read More...

যোৰহাটত নৈশ সান্ধ্য আইন জাৰি

যোৰহাট ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা দণ্ডাধীশে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত  এক আদেশ যোগে জিলাখনত নৈশ সান্ধ্য আইন জাৰি কৰিছে৷
Read More...

জামুগুৰিহাটত কিশোৰী ধৰ্ষণ আৰক্ষী জোৱানৰ : থানাত এজাহাৰ দাখিল পৰিয়ালৰ

জামুগুৰিহাটলকডাউনৰ মাজতে জামুগুৰিহাটৰ দক্ষিণ পশ্চিম প্ৰান্তৰ লুঙি বজাৰত এজন অসম আৰক্ষীৰ জোৱানে এগৰাকী ১৫ বছৰীয়া কিশোৰী ধৰ্ষণ কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চ্যল্যৰ সৃষ্টি কৰিছে। এই ধৰ্ষিতা কিশোৰীগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা জামুগুৰি
Read More...

জামুগুৰিহাটৰ সত্যসন্ধ্যা মহিলা সমিতিৰ উদ্যোগত চিকিৎসক, আৰক্ষীক সম্বৰ্ধনা : মাস্ক-ছেনিটাইজাৰ বিতৰণ

জামুগুৰিহাট জামুগুৰিহাটৰ মহিলাৰ কল্যাণাৰ্থে গঠিত অগ্ৰণী অনুষ্ঠান সত্যসন্ধ্যা মহিলা সমিতিয়ে মহামাৰী ক’ৰ’ণাৰ বিৰুদ্ধে সন্মুখৰপৰা যুঁজ দিয়া চিকিৎসক, স্বাস্থ্যকৰ্মী, আৰক্ষী বিষয়া আৰু আৰক্ষীৰ জোৱানসকলক একোখনকৈ গামোছাৰে সম্বৰ্ধনা জনোৱাৰ লগতে
Read More...

দিছপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত বশিষ্ট মন্দিৰৰ কপিকুলৰ মাজত খাদ্য সামগ্রী বিতৰণ

গুৱাহাটীদিছপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত সোমবাৰে বশিষ্ট মন্দিৰৰ কপিকুলৰ মাজত খাদ্যসামগ্রী বিতৰণ কৰা হয়। এই কাৰ্যসূচীত দিছপুৰ প্ৰেছ ক্লাবৰ সম্পাদক কুঞ্জ মোহন ৰায়, জ্যেষ্ঠ সাংবাদিক চন্দ্ৰ শইকীয়া, ধ্ৰুৱজ্যোতি পাঠক, ধ্ৰুৱজ্যোতি দাস,
Read More...

লকডাউনত শিৱসাগৰত আৰ্তজনক খাদ্য সামগ্ৰী বিতৰণ ফিনিক্স ক্ৰিকেট কচিং ক্লাবৰ

শিৱসাগৰ শিৱসাগৰৰ অন্যতম ক্ৰীড়া অনুষ্ঠান ফিনিক্স ক্ৰিকেট কচিং ক্লাবে দেওবাৰে দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা আৰু অতি দৰিদ্ৰ পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। ফিনিক্স ক্ৰিকেট কচিং ক্লাবৰ সকলো সদস্য তথা প্ৰশিক্ষাৰ্থীসকলে
Read More...

বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজ্যিক ভিত্তিত ছাত্ৰ ছাত্ৰীৰ মাজত বিশেষ অনলাইন মেধা পৰীক্ষা…

বোকাখাতকভিড-১৯ক ৰোধিবলৈ দেশত চলি থকা তৃতীয় পৰ্যায়ৰ লকডাউনে সমাজৰ বৌদ্ধিক অগ্ৰগতিক স্থবিৰ কৰাৰ পথত। সেয়েহে সম্প্ৰতি ঘৰতে সোমাই থাকি টেলিফোন আৰু ইণ্টাৰনেটক সাৰথি কৰি লৈছে সমাজৰ সচেতন নাগৰিকে। ৰাজ্যখনৰ অনেক স্থানত এতিয়া ছাত্ৰ-ছাত্ৰীৰ বাবে
Read More...

তৃতীয় পৰ্যায় লকডাউনৰ সময়ত বোকাজানত জনসমাগম : ৰাস্তাত গাড়ী মটৰৰ পয়োভৰ

বোকাজান ক’ৰ’ণা ৰোধৰ বাবে পৰা তৃতীয় পৰ্যায় লকডাউনৰ আৰম্ভণি সময়ত বোকাজানৰ ৰাস্তা-ঘাট, হাতে-বজাৰে ৰাইজৰ জনসমাগম দেখিবলৈ পোৱা গৈছে। স্বতঃস্ফূৰ্তভাৱে একাংশ লোকে দুচকীয়া, চাৰিচকীয়া বাহন লৈ বোকাজান মূল নগৰৰ লগতে বিভিন্ন স্থানত ভিৰ কৰি
Read More...

গোলাঘাটত সৰ্বভাৰতীয় পৰ্যায়ৰ অনলাইন কুইজ প্ৰতিযোগিতা

গোলাঘাটদেশজুৰি চলি থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত সকলো লোক নিজৰ ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। নিজ নিজ কৰ্মব্যস্ততাৰ পৰা দীৰ্ঘদিন ধৰি আঁতৰি থাকি বহুলোকে বিৰক্ত অনুভৱ কৰিবলৈ ধৰিলে। বিশেষকৈ যুৱচামৰ বাবে ঘৰৰ ভিতৰতে সোমাই থকাটো বৰ কষ্টকৰ হৈ
Read More...