Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

তথ্য জনাৰ অধিকাৰ আইন উলংঘা শিৱসাগৰ বন বিভাগৰ

শিৱসাগৰ বিভিন্ন সময়ত শিৱসাগৰ বন বিভাগৰ ইটোৰ পাছত সিটো দুনীতি অনিয়মৰ বাতৰি প্ৰকাশ পাই অহাৰ ফলশ্ৰুতিত তথা ভয়াবহ দুনীতি উন্নোচিত হোৱাৰ সম্ভাৱনা ভয় খাইছে শিৱসাগৰ বন বিভাগ।উল্লেখযোগ‍্য যে শিৱসাগৰৰ 'দৈনন্দিন বাৰ্তা' কাকতৰ সাংবাদিক ফিৰোজ
Read More...

ডুবাইত ক’ভিড-১৯ত আক্ৰান্ত অসমৰ যুৱক : লংকাৰ ফুলতলিৰ যুৱকক লৈ উদ্বিগ্ন পৰিয়াল

লংকা দেশজুৰি ক’ভিড-১৯ৰ মহামাৰীয়ে এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰি অহাৰ সময়তে সুদুৰ ডুবাইত এইবাৰ ক’ভিড-১৯ত আক্ৰান্ত হৈছে অসমৰ যুৱক৷ আক্ৰান্ত যুৱকজন হৈছে লংকাৰ ফুলতলিৰ নজমুল হক৷ নজমুল হকৰ পৰিয়ালৰ লোকে সদৰি কৰিছে নজমুল হক ক’ভিড-১৯ত
Read More...

উদীয়মান যুৱক ভাৰ্গৱ বনিয়াৰ মৃত্যুত বাইহাটাত শোকৰ ছাঁ

বাইহাটা চাৰিআলি বাইহাটা চাৰিআলিৰ উদীয়মান যুৱক তথা কেৰম খেলুৱৈ ভাৰ্গৱ বনিয়া (২৮)ৰ হৃদ ৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে পুৱা গুৱাহাটী জিএনআৰচ হাস্পতালত মৃত্যু হয়৷ উচ্চ ৰক্তচাপজনিত কাৰণত হাৰ্ট ষ্ট্ৰোক হোৱাত তিনি দিনৰ আগেয়ে ভাৰ্গৱক হাস্পতালত
Read More...

খোৱাঙত চোৰাং তেলৰ ঘাটি উচ্ছেদ

খোৱাং ডিব্ৰুগড় জিলাৰ খোৱাং শেনচোৱা পুখুৰীত শুকুৰবাৰে চোৰাং তেলৰ এক বৃহৎ ঘাটি আৰক্ষীয়ে উচ্ছেদ কৰিবলৈ সক্ষম হয়। ডিব্ৰুগড় জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা এক অভিযানত এই ঘাটি উচ্ছেদ কৰে৷ অভিযান কালত বিকি সোণোৱাল নামৰ লোকজনৰ
Read More...

বকো আৰক্ষীৰ তালাচিত উদ্ধাৰ ড্ৰাগছসহ নগদ ধন : দুই ব্যৱসায়ী যুৱক আটক

বকো  দেশজুৰি ক'ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে তীব্ৰ যুদ্ধ সদৃশ পৰিবেশ সৃষ্টি হৈ থকাৰ মাজতে শুকুৰবাৰে কামৰূপ জিলাৰ বকোত উদ্ধাৰ হয় নগদ ধনসহ ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰী। শুকুৰবাৰে আবেলি বকো আৰক্ষী থানা আৰু বকো বজাৰৰ কাষতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ
Read More...

ডিজুভেলীৰ প্ৰান্তীয় অঞ্চলত অ’পেন ড’ৰ অসমৰ সাহায্য বিতৰণ

কলিয়াবৰ লকডাউনত উপাৰ্জনহীন হৈ কলিয়াবৰৰ ডিজুভেলী চাহ বাগিচাৰ একাংশ শ্ৰমজীৱী লোকে বনৰীয়া আলু-কচু খাই ভোক নিবাৰণ কৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে অসহায় লোকসকলৰ কাষত ঠিয় দিয়ে কলিয়াবৰৰ এটি আগশাৰীৰ বেচৰকাৰী সংস্থা অ'পেন ড'ৰ
Read More...

লেহেমীয়া গতিত ডিৰাক চোমনি খহনীয়া ৰোধৰ জিঅ’ বেগৰ কাম : ক্ষুদ্ধ বিধায়ক বলিন চেতিয়া

ডিৰাক সীমান্ত তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰু ধলা অঞ্চলৰ শতাধিক গাঁৱৰ ৰাইজৰ বাবে ভাবুকি স্বৰূপ হৈ পৰা ন-দিহিং নদীৰ ডিৰাক চোমনি মথাউৰিৰ সংকটপূৰ্ণ হৈ থকা চাৰিটা অংশৰ খহনীয়া ৰোধৰ বাবে অসম চৰকাৰে প্ৰায় চাৰি কোটি বিৰাশী লাখ টকাৰ জিঅ' বেগৰ
Read More...

কোভিড- ১৯ পজিটিভ দেৱৰাজ আচাৰ্যকলৈ চাঞ্চল্য গ্ৰাম্য কামৰূপত

বাইহাটা চাৰিআলি কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী মদনপুৰত এজনৰ দেহত ক'ৰ'ণা পজিটিভ পোৱাৰ পিছত সমগ্ৰ অঞ্চলটোৰ লগতে জিলাখনত আতংকময় পৰিবেশ বিৰাজ কৰিছে৷ প্ৰাপ্ত বাতৰি অনুসৰি, কৰ্মসূত্ৰে চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত মদনপুৰত ভাড়া ঘৰত
Read More...

প্রধানমন্ত্রী কৃষক সম্মান নিধি যোজনাৰ হিতাধিকাৰীৰ কেলেংকাৰী : ভুৱা কৃষকৰ তালিকাৰে ভৰি পৰিছে সাহায্যৰ…

ডিৰাক সীমান্ত কেন্দ্ৰীয় চৰকাৰৰ এশ শতাংশ অনুদানেৰে ৰূপায়িত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ সাহায্যৰ নামত ৰাজ্যত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি৷ চৰকাৰে প্ৰকাশ কৰা তালিকা দেখি চকু কপালত উঠিছে সচেতন মহলৰ লগতে প্ৰকৃত কৃষকসকলৰ। ভুৱা কৃষকৰ
Read More...

ক’ৰ’ণা বাছ! আজমেৰৰ পৰা অহা বাছত ৭ আক্ৰান্ত : অসমত ৫৭ লৈ বৃদ্ধি ক’ভিড আক্ৰান্ত

গুৱাহাটী  দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পিছত গণ সংক্ৰমণ হ'ল ৰাজস্থানৰ আজমেৰ দৰগাহ ফেৰতৰ মাজত।যোৱা দুই মে'ৰ পৰা যাত্ৰা আৰম্ভ কৰা ৪৬ জনক কঢ়িয়াই অনা দুখন বাছ উপস্থিত হৈছিল শিলচৰত। এই বাছত ফৰিদুল ইছলাম নামৰ গাড়ী চোৰ এটাৰ জৰিয়তে ক’ৰ’ণা
Read More...