Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

শিৱসাগৰ জিলাৰ হাঁহচৰাত মটৰ পথ দুৰ্ঘটনাত আহত ২

নাজিৰা  শিৱসাগৰ জিলাৰ হাঁহচৰা দয়াচাৰিআলিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন এছ ০৪ আৰ ৫৫৩০ নম্বৰৰ বাজাজ পালছাৰ আৰু আনখন এছ ০৪ এন ৩৯১৩ নম্বৰৰ হিৰ হাংক মটৰ চাইকেলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত তুলসী গগৈ আনজন ৰাজীৱ বৰা আহত হয়। গুৰুতৰভাৱে
Read More...

বাল্যবিবাহ : নাবালিকাক উদ্ধাৰ কৰি গতালে আৰক্ষীক চাইল্ড লাইনে

লংকা  লকডাউনৰ মাজতেই লংকাৰ এখন বাল্যবিবাহক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া সৃষ্টি হয়। পিছত বিয়াস্হলীৰ পৰা বিয়া সাজেৰেই দৰা-কইনাক আৰক্ষী থানালৈ লৈ অনা হয়। জানিব পৰা মতে, নগাঁৱৰ ননৈৰ যুৱক ৰাজীৱ শ‌ইকীয়াই (৩৫) হাবাইপুৰৰ গোঁসাই গাঁৱৰ এগৰাকী ১৬
Read More...

গুৱাহাটীস্থিত সংবাদ প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয়ৰ সাংবাদিক-সংবাদকৰ্মীৰ মাজত বন্ধন বেংকৰ তৰফৰ পৰা…

গুৱাহাটী বৰ্তমান ক’ৰ'ণা মহামাৰীয়ে সমগ্ৰ বিশ্বতে এক মহামাৰীৰ ৰূপ ধাৰণ কৰিছে৷ ফলত মানৱ জাতি সংকটৰ গৰাহত৷ প্ৰতিগৰাকী লোক সন্মুখীন হৈছে এক বৃহৎ সমস্যাৰ৷ কিন্তু ইয়াৰ মাজতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ সাংবাদিক আৰু সংবাদকৰ্মীসকলে
Read More...

কৰ’নাৰ দুৰ্য্যোগৰ সময়তো অব্যাহত ৰাখিছে সামাজিক দায়বদ্ধতা হিউমেন ৱেলফেয়াৰ ছ’চাইটিৰ :…

নাজিৰা সমগ্ৰ বিশ্বত ক’ৰ’ণাই মহামাৰী ৰূপ ধাৰণৰ ফলত হোৱা লকডাউনৰ সময়ছোৱাত চৰকাৰী বিষয়া, আৰক্ষী প্ৰশাসনৰ সমান্তৰালকৈ নাজিৰস্থিত অসমৰ বিভিন্ন জিলাত মানসিক ৰোগী সেৱা আগবঢ়াই অহা উজনি অসমৰ এক অন্যতম স্বেচ্ছাসেৱী সংগঠন হিউমেন ৱেলফেয়াৰ
Read More...

দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ বিশিষ্ট সমাজকৰ্মী ডাঃ প্ৰবীন কুমাৰ কোঁৱৰৰ : সাংসদৰ ভূমিকাত…

নাজিৰা  ক’ৰ’ণা ভাইৰাছ তথা ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা দীৰ্ঘদিনীয়া লকডাউনৰ ফলত দেশ তথা ৰাজ্যৰ দৈনিক উপাৰ্জন কৰি পৰিয়াল পোহপাল দিয়া পৰিয়ালসমূহৰ পানীত হাঁহ নচৰা এক অৱস্হাৰ সৃষ্টি হৈছে। চৰকাৰ তথা বিভিন্ন
Read More...

মহানগৰীত ক’ৰ’ণাত আক্ৰান্ত হৈ কিশোৰীৰ মৃত্যু

ডিজিটেল ডেস্ক মহানগৰীত ক’ৰ’ণাত ভাইৰাছত আক্ৰান্তহৈ এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ মৃত্যু হৈছে৷ কিশোৰীগৰাকীৰ নাম দীপিকা বাছফৰ। উল্লেখ্য যে দীপিকাৰ আইতাক আছিল বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ চাফাই কৰ্মী৷ মালতী বাছফৰ নামৰ এই চাফাই কৰ্মীগৰাকীৰ সৈতে
Read More...

হোজাইত মাস্ক পৰিধান নকৰাৰ অপৰাধত ৩৫ জনক জৰিমনা

লংকা লকডাউনৰ ফলত অসমত আবদ্ধ হৈ পৰা লোকসকলক আন্তঃৰাজ্যিক যাতায়াতৰ অনুমতি পত্ৰ দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে হোজাই জিলা প্ৰশাসনে। আন্তঃৰাজ্যিক যাতায়াতৰ বাবে যিসকলে ব্যাক্তিগত বাহন বা ভাড়া লোৱা বাহনৰে ইচ্ছুক তেওঁলোকে বাহনৰ নথিপত্ৰৰ লগতে
Read More...

‘Mindora’- মানসিক সমস্যাৰ এক ডিজিটেল প্লেটফৰ্ম

কংকণজ্যোতি ভূঞা প্ৰতিটো সৰু-ডাঙৰ কথা খুলি ক'বলৈ সাহস লাগে আৰু সেই সাহসক দৃঢ় কৰিবলৈ লাগে এগৰাকী শ্ৰোতা। যাৰ আগত বিনাদ্বিধাই সকলো কথা ক'ব পাৰি, যিয়ে প্ৰতিটো কথা বুজিবলৈ অথবা চালি জৰি চাবলৈ চেষ্টা কৰে। "ডিপ্ৰেশ্যন" বেমাৰ নহয়, দুৰ্বলতাও
Read More...

জামুগুৰিহাটত শিল্পীৰ ক’ৰ’ণা সজাগতাৰ ওপৰত ব্যতিক্ৰমী পদক্ষেপ : ক’ৰ’ণাক লৈ কল্প কাহিনীৰে…

জামুগুৰিহাট তলাবন্ধৰ  মাজতে নিজৰ সৃষ্টিশীল কৰ্মৰ মাজেদি জনসাধাৰণৰ মাজত ক'ৰ’ণা ভাইৰাছৰ সজাগতা আনিবৰ বাবে ব্যস্ত হৈ পৰিছে ৰাজ্যখনৰ এচাম শিল্পী৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কেইজনমান শিল্পীয়ে স্বৰ্গৰ এক কল্প কাহিনীৰে ক'ৰ’ণা সংক্ৰমণৰ পৰা
Read More...

যোৰহাটত সাংবাদিকক কৰা দুৰ্ব্যৱহাৰ : আপকুৰ গৰিহণা

টীয়ক যোৰহাটৰ  সাংবাদিক দিব্যজ্যোতি বৰাক মঙলবাৰে এজন ছেক্টৰ মেজিষ্টেটৰ নেতৃত্বত এটা আৰক্ষী দলে ৰাজপথতে দুৰ্ব্যৱহাৰ কৰা কাৰ্যক আপকুৰ যোৰহাট জিলা সমিতিয়ে তীব্ৰ গৰিহণা দিছে। সাংবাদিকৰ ওপৰত এনে দুৰ্ব্যৱহাৰ কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি
Read More...