Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

গৰৈমাৰীত ৰাইজৰ হাতত আটক মহিলাসহ ২ ড্ৰাগছ ব্যৱসায়ী

সোণতলী দীৰ্ঘদিনৰে পৰা এচাম দুষ্ট চক্ৰই নিৰ্বিঘ্নে চলাই অহা ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে সচেতন ব্যক্তিসকলে বিশেষ তৎপৰতা অৱলম্বন কৰিছে দক্ষিণ কামৰূপত৷ উল্লেখ্য যে দক্ষিণ কামৰূপৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত গৰৈমাৰীৰ চাম্পুপাৰা, শিঙিমাৰী
Read More...

নভেল ক’ৰ’ণা ভাইৰাছ পটভূমিত প্ৰথমখন অসমীয়া গ্ৰন্থৰ প্ৰস্তুতি সম্পূৰ্ণ

নগাঁও আজি বিশ্বৰ মানৱ জাতি তথা মানৱ সভ্যতা গভীৰ সংকটত। মাত্ৰ কেইটামান মাহৰ পূৰ্বে আধুনিক বিজ্ঞান তথা তথ্য প্ৰযুক্তিৰে আকাশ চুব পৰা চীনৰ য়ুহান প্ৰদেশত আবিৰ্ভাৱ ঘটিছিল এটা অচিন ভাইৰাছৰ। মাত্ৰ এটা সপ্তাহৰ ভিতৰত  সদাব্যস্ত য়ুহানলৈ এই অচিন
Read More...

দৰঙৰ নামখলাত শিক্ষাৰ সজুলি প্ৰদান অধ্যাপক খনিন্দ্ৰ কলিতাৰ

দৰং কৰ’নাৰ আতংকময় পৰিবেশত দেশজুৰি চলি থকা তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত ব্যতিক্ৰমী মহানুভৱতা৷ লকডাউনৰ সৰ্বাত্মকৰূপত প্ৰভাৱ পৰিছে অসমৰ প্ৰায়বোৰ অঞ্চলত৷ এই লকডাউন ফলত বহু মানুহৰ খাদ্য সামগ্ৰীৰ নাটনি হৈছে যদিও একাংশ দল-সংগঠন তথা ছাত্ৰ
Read More...

থানাত মহিলা আৰক্ষীক চৰ মৰাৰ ভাবুকি দি গ্ৰেপ্তাৰ ৰূপাৰানী ভূঞা : ন্যায়িক জিম্মালৈ প্ৰেৰণ

মঙলদৈ অৱশেষত আৰক্ষী গ্ৰেপ্তাৰ কৰিলে বিৰ্তকিত প্ৰবক্তা ৰূপাৰাণী ভূঞাক। বুধবাৰে দৰং জিলা আৰক্ষীয়ে ৰূপাৰাণী ভূঞাক গ্ৰেপ্তাৰ কৰি বৰ্তমান থানাতে ৰাখিছে। প্ৰবক্তাগৰাকীয়ে কিছুদিনৰ পৰা সামাজিক মাধ্যমত আপলোড কৰা বিতৰ্কিত পোষ্টৰ ওপৰত ভিত্তি কৰি
Read More...

জীৱ-জন্তুৰ বিপদ হ’লেই তৎমুহূৰ্তত উপস্থিত হয় নিৰ্দিষ্ট স্থানত জামুগুৰিহাটৰ প্ৰকৃতিপ্ৰেমী

জামুগুৰিহাট হেল্ল দাদা, অলপ সোনকালে আহিব পাৰিব নেকি, আমাৰ ঘৰত সাপ এডাল ওলাইছে, আমাৰ ফালে হাতী ওলাইছে, আমাৰ ফালে গঁড় ওলাইছে নতুবা কোনো জীৱ-জন্তু বিপদ বা ৰোগত পৰিছে ইত্যাদি ইত্যাদিৰ কেৱল এটা ফোনকল৷ ১ মিনিট সময়ো অপচয় নকৰাকৈ খবৰ দিওতাজনৰ
Read More...

বাইহাটা চাৰিআলিত কামৰূপ উন্নয়ন ন্যাসৰ উদ্যোগত আৰক্ষী, দৰিদ্ৰক বিনামূলীয়াকৈ মাস্ক বিতৰণ

বাইহাটা চাৰিআলি কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত আজি কামৰূপ উন্নয়ন ন্যাসৰ  উদ্যোগত বিনামূলীয়াকৈ  মাস্ক বিতৰণ কৰা হয়। কমলপুৰ ৰাজহ চক্ৰ বিষয়া ড° অংকিতা শৰ্মা, বিশিষ্ট ব্যৱসায়ী ৰবি জামাৰ জড়িয়তে বাইহাটা চাৰিআলিত অঞ্চলটোত কৰ্তব্যৰত 
Read More...

পাভৈ ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ শইকীয়াৰ আদ্যশ্ৰাদ্ধত ড° সমুজ্জল কুমাৰ ভট্টচাৰ্য

পাভৈ উদীয়মান যুৱ নেতা তথা পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ শইকীয়াৰ আদ্যশ্ৰাদ্ধ গৃহত বুধবাৰে উপস্থিত হয় আছুৰ নেতৃত্ব। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টচাৰ্য, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ
Read More...

আলফাৰ প্ৰতিষ্ঠাপক সভাপতি বুদ্ধেশ্বৰ গগৈৰ পুত্ৰক অপহৰণ

টিংখাং নিষিদ্ধ ঘোষিত ৰাজ্যখনৰ প্ৰধান সশস্ত্ৰ সংগঠন সংযুক্ত মুক্তি বাহিনী অসমৰ প্ৰতিষ্ঠাপক সভাপতি বুদ্ধেশ্বৰ গগৈৰ পুত্ৰ সত্যব্ৰত বুঢ়াগোহাঁইক মঙলবাৰৰ নিশা টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত কুঁৱৰীগাঁৱৰ নিজা বাসগৃহৰ পৰা এটা সশস্ত্ৰ দলে অপহৰণ
Read More...

ধলাত লকডাউনৰ মাজতেই নিৰ্মাণ কৰা ৫০ মিটাৰ বাঁহৰ দলং উদ্বোধধন কৰিলে লুৰীণজ্যোতি গগৈয়ে

ডিৰাক সীমান্ত তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ ছৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত আজোখা আৰু সোণাৰী গাঁও সংযোগী ধলা নদীৰ ওপৰত দলং লকডাউনৰ সময়চোৱাত ৰাইজৰ সমূহীয়া প্ৰচেষ্টাত সাজি উলিয়ালে ৫০ মিটাৰ দৈঘ্যৰ এখন বাঁহৰ দলং৷  চৰকাৰৰ বঞ্চনা
Read More...

লেখাপানীত হাতী খেদিবলৈ গৈ মোমায়েকে সাজি থোৱা বিদ্যুতৰ ফান্দত লাগি ভাগিনীয়েকৰ মৃত্যু

লিডু তিনিচুকীয়া জিলাৰ লেখাপানীত বনৰীয়া হাতী খেদিবলৈ গৈ মোমায়েক সজা বিদ্যুতৰ ফাণ্ডত লাগি ভাগিনীয়েকৰ মৃত্যু। উল্লেখ্য যে প্ৰায় এমাহ ধৰি জাগুন তথা লেখাপানী অঞ্চলত নিতৌ দিনে নিশাই সমানেই বন্যহস্তিৰ মুক্ত বিচৰণত আতঙ্কিত হৈ অনিশ্চয়তাৰ
Read More...