Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

লকডাউনৰ মাজতো মঙলদৈত মানৱতাৰ জয়গান : ইউনিটিৰ ৫২ সদস্যৰ ৰক্তদান

মঙলদৈ বিশ্ব চৌদিশে ক’ৰ’ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ মাজতো 'ইউনিটি- উই দ্যা ব্লাড ড'নাৰছ'- নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে গাইছে মানৱতাৰ জয়গান। লকডাউনৰ সময়ছোৱাত আজিলৈ ৫২ জন সদস্যই মঙলদৈ অসামৰিক চিকিৎসালয়, গোলাঘাট অসামৰিক চিকিৎসালয় আৰু গুৱাহাটীৰ
Read More...

গুৱাহাটীৰ অমিয় নগৰত দৰিদ্ৰ লোকক সাহায্য ইণ্ডিয়ান বেংকৰ

গুৱাহাটীভাৰতৰ জনগণ ক’ভিড-১৯ ৰোধ কৰাৰ যুঁজ অব্যাহত ৰাখিছে৷ আনহাতে ক’ভিড-১৯ক ৰোধ কৰাৰ অৰ্থে দেশজুৰি লকডাউন অব্যাহত আছে৷ সোমবাৰৰ পৰা তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে৷ ইপিনে, লকডাউন অব্যাহত থকাত দৰিদ্ৰ লোকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে৷ এনে
Read More...

তৃতীয় পৰ্যায়ৰ লকডাউন ; গোলাঘাটত শিথিল নহ’য় সকলো ব্যৱস্থা

গোলাঘাট দেশত তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত চৰকাৰী ঘোষণা অনুসৰি গোলাঘাট জিলা সেউজ মণ্ডলত প্ৰৱেশ কৰিলে যদিও সোমবাৰে গোলাঘাট জিলা প্ৰশাসনে মাইক যোগে ঘোষণা কৰিছে কেতবোৰ নিৰ্দেশ। সেইমৰ্মে, অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰতো জিলাখনৰ
Read More...

সাহিত্য চৰ্চা অসম ৱাটছএপ গ্ৰুপৰ উদ্যোগত অনলাইন অসম ভিত্তিত কুইজ প্ৰতিযোগিতা সামৰণি

জামুগুৰিহাট সাহিত্য চৰ্চা অসম ৱাটছএপ গ্ৰুপত অসমৰ সাহিত্যৰ প্ৰতি আগ্ৰহী ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰীসকল জড়িত৷ লকডাউনৰ সময়ছোৱাত যোৱা ২৩ এপ্ৰিল আৰু ৩ মে’ত অনলাইন যোগে আয়োজিত কুইজ প্ৰতিযোগিতাখন অন্ত পৰে৷ প্ৰশাসকদ্বয় মৃন্ময় শইকীয়া, সুৰজিৎ
Read More...

লকডাউনৰ মাজতে নগাঁৱত অনুষ্টুপীয়াকৈ সম্পন্ন হ’ল বিবাহ

নগাঁও, : বিবাহ বুলি কলেই সীমাহীন আনন্দৰ এক অনুষ্ঠান । যুৱক - যুৱতীয়ে নিজৰ বিবাহক লৈ ৰচে সপোন। বুকুত থাকে অলেখ অযুত আশা। মাৰাত্মক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহতাৰ বাবেই এইবাৰ বহু যুৱক-যুৱতীৰ জীৱনৰ বহু আকাংক্ষিত বিবাহ কার্য সম্পন্ন কৰিব পৰা
Read More...

টীয়কত আৰক্ষী, স্বাস্থ্যকৰ্মী, সংবাদ কৰ্মী মাজত মাক্স, ছেনিটাইজাৰ বিতৰণ কৃষি বিপনণ পৰিষদৰ অধ্যক্ষৰ

টীয়ক ক’ৰ’ণা ৰোধৰ বাবে সমগ্ৰ দেশতে লকডাউনৰ অব্যাহত৷ এই জটিল সময়চোৱাত ৰাইজৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সেৱা আগবঢ়াই আহিছে আৰক্ষী, স্বাস্থ্যকৰ্মী তথা সংবাদকৰ্মীসকলে৷ এই লোকসকলক কিছু সাৱধানতাৰে নিজৰ দায়িত্বত আগবাঢ়িবলৈ পৰামৰ্শ
Read More...

আৰম্ভ হ’ব এমৰেগাৰ কাম

গুৱাহাটী গ্ৰাম্য এলেকাৰ আৰ্থিকভাৱে দুৰ্বল লোকসকলক দৈনিক মজুৰিৰে অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এমৰেগাৰ কাম আৰম্ভ কৰিবলৈ লৈছে৷ ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধৰ বাবে এমৰেগাৰ কাম বন্ধ হৈ আছিল৷ প্ৰতিটো ইচ্ছুক পৰিয়ালক এমৰেগাৰ অধীনত জব কাৰ্ড
Read More...

লকডাউনৰ মাজতে নগাঁৱত অনুষ্টুপীয়াকৈ সম্পন্ন হ’ল বিবাহ

নগাঁও, : বিবাহ বুলি কলেই সীমাহীন আনন্দৰ এক অনুষ্ঠান । যুৱক - যুৱতীয়ে নিজৰ বিবাহক লৈ ৰচে সপোন। বুকুত থাকে অলেখ অযুত আশা। মাৰাত্মক কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহতাৰ বাবেই এইবাৰ বহু যুৱক-যুৱতীৰ জীৱনৰ বহু আকাংক্ষিত বিবাহ কার্য সম্পন্ন কৰিব পৰা
Read More...

গোলাঘাটৰ নাপিত বৃত্তিধাৰী পৰিয়ালক সাহায্য বিধায়িকা অজন্তা নেওগৰ

গোলাঘাট হাড়ে-হিমজুৱে অসমীয়া হৈ পৰা প্ৰায় ৩০-৪০ বছৰৰ পূৰ্বে উপাৰ্জনৰ তাগিদাত বিহাৰৰ পৰা অসমলৈ প্ৰব্ৰজন কৰা ঠাকুৰ উপাধিধাৰী নাপিত বৃত্তিধাৰী লোকসকলক দেওবাৰে গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে দলীয় কৰ্মীসকলৰ সহযোগত সাহায্য প্ৰদান
Read More...

দৰঙৰ পাথৰিঘাটত ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যোদ্ধাৰ ভূমিকা লোৱা ৮ ব্যক্তিক সম্বৰ্ধনা

দৰংমহামাৰী ক’ৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যোদ্ধাৰ ভূমিকা লোৱা সাংবাদিক, চিকিৎসক, স্বাস্থ্য কৰ্মী, আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ ৮ গৰাকী ব্যক্তিক দেওবাৰে পাথৰিঘাট আৰক্ষী চকী চৌহদত অসমৰ বহু ভাষিক ৱেব নিউজ প’ৰ্টেল নৰ্থ ইষ্ট লাইভ ট্যুডেৰ উদ্যোগত
Read More...