Breaking

Browsing Category

মুখ্য-পৃষ্ঠা

সোণতলীৰ বগুৰীগুৰি গাঁও পঞ্চায়তত চৰকাৰী চাউল বিতৰণত দুৰ্নীতি : কৰ্তৃপক্ষক অভিযোগ দাখিল বঞ্চিত…

সোণতলী চৰকাৰী চাউল বিতৰণৰ অনিয়ম জড়িত এজন অৱসৰী গাঁওবুঢ়াৰ পুত্ৰই নিজৰ ইচ্ছামতে হিতাধিকাৰীৰ মাজত চাউল বিতৰণ কৰি প্ৰকৃতক বঞ্চিত কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ লগতে বঞ্চিতৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। লকডাউনত সমগ্ৰ ৰাজ্যৰ
Read More...

এছবিআইত সঘন বিজুতি : গ্ৰাহক সেৱা কেন্দ্ৰত দুৰ্ভোগ।

টিংখাং ভাৰতীয় ষ্টেট বেংকৰ কাৰিকৰী বিজুতিৰ বাবে গ্ৰাহকসকল সঘনে দুৰ্ভোগ ভূগিব লগা হৈছে। বিগত প্ৰায় এমাহ ধৰি এছ বি আইত হোৱা বিজুতিৰ বাবে গ্ৰাহকসকলৰ মাজত হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে। মূলত কাৰিকাৰী বিজুতিৰ বাবে বেংকটোৰ কামকাজ এক প্ৰকাৰে
Read More...

গোলাঘাটত ৭ মে’ৰ পৰা ঘৰে ঘৰে হ’ব ক’ভিড -১৯ৰ পৰীক্ষা

গোলাঘাট ক'ভিড-১৯ৰ লগত মুখামুখি হ’বলৈ ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি গোলাঘাটতো সাজু হৈছে জিলা প্ৰশাসন। মঙলবাৰে জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হোৱা সংবাদমেলত এইকথা সদৰি কৰে উপায়ুক্ত বিভাস চন্দ্ৰ মোডীয়ে। জিলাখনৰ প্ৰায়
Read More...

নিজা বাসগৃহতে বন্তি জ্বলাই সতী ৰাধিকা দিৱস পালনৰ আহ্বান অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

শিৱসাগৰ  অহা ৭ মে'ত সতী ৰাধিকা দিৱস৷ সতী ৰাধিকা অসমীয়া ধৰ্মীয় সমাজখনৰ এক দলীল। সতী ৰাধিকা সেইগৰাকী মহিয়সী নাৰী, যি জাতিভেদ আৰু অস্পৃশ্যতাৰ বিৰুদ্ধে থিয় দিবলৈ সক্ষম হৈছিল। সতী ৰাধিকা সেইগৰাকী নাৰী যিয়ে জাত্যাভিমানী আৰু ৰক্ষণশীল
Read More...

শিৱসাগৰত বৃহৎ পৰিমাণৰ গুটখা জব্দ

শিৱসাগৰ শিৱসাগৰ নগৰৰ থানামুখৰ ৪ নং ৱাৰ্ডৰ ইৰ্টাজা আনছাৰি নামৰ এজন লোকৰ ঘৰৰ পৰা আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ গুটখা জব্দ কৰিবলৈ সক্ষম হয়।মৰানৰ এক পাইকাৰী ব্যৱসায়ীৰ পৰা প্ৰায় ৭ লাখ ৬০ হাজাৰ টকাৰ গুটখা ক্ৰয় কৰিছিল আনছাৰিয়ে৷ মঙলবাৰে পুৱা
Read More...

দৰঙৰ পাথৰিঘাট ৰাজহ চক্ৰৰ ১৪ খন গাঁও বানপানীত বুৰ যোৱাৰ আশংকা

দৰং   দৰঙত লকডাউনৰ সময়ত ৰাতিৰ ভিতৰতে এটা ডোং একাংশ দুষ্ট চক্ৰৰ লোকে মাছৰ লোভত কেইবাঠাইতো বান্ধি পেলোৱাত সৃষ্টি হৈছে ব্যাপক  প্ৰতিক্ৰিয়া৷ যাৰ বাবে বাৰিষাৰ বানত প্ৰায় ১৪ খনকৈ গাঁৱৰ লোক এইবাৰ বুৰ যাব বানপানীত৷ পাথৰিঘাট ৰাজহ চক্ৰ এলেকাৰ
Read More...

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ৰ একাংশ বিষয়াৰ বিৰুদ্ধে ব্যাপক অনিয়মৰ অভিযোগ :…

নাজিৰা  এফালে অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন, আনফালে বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত শ শ পৰিয়াল আৰু ইয়াৰ মাজতেই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয়ৰ একাংশ বিষয়াৰ বিৰুদ্ধে উত্থাপন হৈছে ব্যাপক অনিয়মৰ। উল্লেখযোগ্য যে
Read More...

দৰঙত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন

মঙলদৈ সমগ্র বিশ্বত ছানি ধৰা ক'ভিড-১৯ৰ কবলৰ পৰা দেশবাসীক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থত ১৭ মে' পৰ্যন্ত লকডাউন বাহাল ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছে৷ এই নিৰ্দেশনাৰ সমান্তৰালকৈ দৰং জিলাৰ দণ্ডাধীশে সমগ্র জিলাখনত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬
Read More...

যোৰহাটত যানবাহন চলাচলৰ ক্ষেত্ৰত নতুন নিয়ম : এইবাৰ যুগ্ম, অযুগ্ম সংখ্যাৰ ব্যৱস্থা

যোৰহাট যোৰহাটত যানবাহন চলাচলৰ ক্ষেত্ৰত এইবাৰ যুগ্ম আৰু অযুগ্ম সংখ্যাৰ ব্যৱস্থা কৰা হৈছে৷ সম্প্ৰতি ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা দণ্ডাধীশে এক আদেশ যোগে কাইলৈৰ পৰা অত্যাৱশ্যকীয় সেৱাত জড়িত অনুমতি থকা
Read More...

যোৰহাটত নৈশ সান্ধ্য আইন জাৰি

যোৰহাট ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে তৃতীয় পৰ্যায়ৰ লকডাউন৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা দণ্ডাধীশে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত  এক আদেশ যোগে জিলাখনত নৈশ সান্ধ্য আইন জাৰি কৰিছে৷
Read More...