Breaking

জন্মু-কাশ্মীৰত সংঘটিত ভয়ংকৰ ঘটনা ! মাতৃৰ হাতত প্ৰাণ গ’ল যমজ সন্তানৰ…

0 28

জন্মু-কাশ্মীৰত সংঘটিত হয় ভয়ংকৰ ঘটনা ৷ মাতৃৰ হাতত প্ৰাণ যায় যমজ সন্তানৰ ৷

উল্লেখ্য যে, মহিলাগৰাকীৰ স্বামী তিনি মাহ পূৰ্বে চৌদি আৰৱত কামৰ বাবে গৈছিল আৰু তাৰ পৰা উভতি আহি সন্তান দুটি নহয় বুলি দাবী কৰে ৷

আৰক্ষীৰো কাষ চাপে ব্যক্তিগৰাকীয়ে৷ ইয়াৰ পাছতেই মহিলাগৰাকীয়ে হত্যা কৰে সন্তান দুটিক ৷

Leave A Reply

Your email address will not be published.