Breaking

গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…

0 43

বালাজান ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ই ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত ভয়ংকৰ দুৰ্ঘটনাৰ সংঘটিত হয় । ই ৰিক্সা দুজন আৰোহীৰ এজন শিশুৰ অৱস্থা সংকটজনক।

প্ৰাপ্ত তথ্য মতে আজি আবেলি তিনি বজাত বলাজানত কোচবিহাৰৰ পৰা ধুবুৰী অভিমুখি NL01A F0752 ট্ৰকোৰ আৰু ই ৰিক্সা মাজত দুৰ্ঘটনাৰ সংঘটিত হয়।

ইতি মধ্যে বালা জান আৰক্ষী উপস্থিত হৈ প্ৰথমাৱস্থাত শিশু জনক ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

Leave A Reply

Your email address will not be published.