Breaking

১১ বছৰীয়া অপেক্ষাৰ অন্ত! T20 বিশ্বকাপ জিকি কিমান টকা লাভ কৰিলে ভাৰতে…

0 42

বিশ্বব্যাপী খিতাপৰ বাবে ভাৰতৰ ১১ বছৰীয়া যন্ত্ৰণাদায়ক অপেক্ষাৰ অন্ত পৰিল, বিৰাট কোহলীৰ কৌশল আৰু ৰোহিত শৰ্মাৰ প্ৰেৰণাদায়ক অধিনায়কত্বই, তাৰকাৰে ভৰা দলটোৱে ফাইনেলত দক্ষিণ আফ্রিকাক ৭ ৰাণেৰে পৰাস্ত কৰি দ্বিতীয়খন টি-২০ বিশ্বকাপ জয় কৰে৷


সকলোৱে মনত প্ৰশ্ন টি-২০ বিশ্বকাপ জয়ৰ পিছত ভাৰতে কিমান টকা পুৰস্কাৰৰ পালে? ২০২৪ চনৰ টি-২০ বিশ্বকাপ চেম্পিয়ন টিম ইণ্ডিয়াই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) ২৪.৫ মিলিয়ন ডলাৰ (প্ৰায় ২০.৪২ কোটি টকা) লাভ কৰে। আনহতে টি-২০ বিশ্বকাপৰ ৰানাৰ্ছ আপ দক্ষিণ আফ্ৰিকাই ১২.৮ মিলিয়ন ডলাৰ (প্ৰায় ১০.৬৭ কোটি টকা) টকা লাভ কৰে।

Leave A Reply