উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ।(HS Result 2025)
সাত বিহুৰ পিছতেই ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ ফলাফল।
এপ্ৰিলৰ শেষত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল।
নলবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা।