Breaking

‘ৰাইজে মনত শান্তি পোৱা কাম কৰি মই সুখী হওঁ’- বিধায়ক ৰঞ্জিত দত্ত

0 1,170

ৰাইজৰ মনৰ শান্তি পোৱা কাম কৰি মই সুখী হও বিধায়ক ৰঞ্জিত দত্ত।বিহালী চাহ বাগিচালৈ এম্বুলেন্সৰ প্ৰদান।বিহালী সমষ্টিল অন্যতম এখন চাহ বাগিচাৰ বিহালী চাহ বাগিচা।চাহ বাগিচাৰ শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিলে বিধায়ক ৰঞ্জিত দত্তই।চাহ বাগিচাৰ শ্ৰমিক সকলকৰ সুবিধা হোৱাকৈবিধায়ক উন্নয়ন পুঁজি ২০২১-০২২ বৰ্ষৰে মঙলবাৰে এখন এম্বুলেন্সৰ প্ৰদান কৰে চাহ বাগিচা খনৰ কতৃপক্ষক বিধায়ক ৰঞ্জিত দত্তই।উল্লেখযোগ্য যে বাগিচা খনৰ শ্ৰমিক অনুসৰি এম্বুলেন্সৰ অভাৱ আছিল।
যাৰ ফলত দীৰ্ঘদিন ধৰি সমস্যা সন্মুখত হৈ আহিছিল বাগিচা খনৰ শ্ৰমিক সকল।বাগিচা খনত থকা এম্বুলেন্সৰ খনে শ্ৰমিক অনুপাতে ৰোগীৰ সকলক গুৱাহাটীৰ তেজপুৰ চিকিৎসালয়লৈ নিবলৈ কিছু অসুবিধা সন্মুখীন হৈ আছিল। ইফালে এটা অভাৱৰ কথা বিহালী চাহ বাগিচাৰ কতৃপক্ষকই বিষয়টো বিধায়ক গৰাকীক অৱগত কৰাত বিধায়ক ৰঞ্জিত দত্তই বাগিচালৈ এখন শীতলি কৰণ এম্বুলেন্সৰ প্ৰদান কৰে ।ইফালে বিধায়ক ৰঞ্জিত দত্তই এম্বুলেন্সৰ খন প্ৰদান কৰি ভাষাণ প্ৰশংগত কয় ৰাইজৰ মনৰ শান্তি পোৱা উন্নয়ন আৰু কাম কৰি মই সুখী হও ৰাইজ সুখী মানে মই সুখী বুলি প্ৰকাশ কৰে বিধায়ক ৰঞ্জিত দত্তই।


লগতে দত্তই কয় বৰ্তমান বিজেপিমিত্ৰজ্যেষ্ঠ চৰকাৰৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত চাহ বাগিচাৰ সমূহৰ বাট পথ লগতে শিক্ষা আৰু স্বাস্থ্য ক্ষেত্ৰত বহু পৰিমাণে উন্নয়ন হৈছে। ভৱিষ্যত চৰকাৰৰ খনে চাহ বাগিচাৰ চিকিৎসালয় সমূহ চৰকাৰে অধিক উন্নয়ন কৰা পৰিকল্পনা কৰা বুলি প্ৰকাশ কৰে।এম্বুলেন্সৰ প্ৰদান কৰা অনুষ্ঠানত উপস্থিত থাকে বিহালী আঞ্চলিক সভানেত্ৰী গীতা দাস
চাহ বাগিচা খনৰ মুখ্য পৰিচালকৰ মনোৰঞ্জন তালুকদাৰ, সহকাৰী পৰিচালক উজ্জ্বল বচদ,চিকিৎসক ডা:আভিজিৎ শৰ্মা
কল ঘৰৰ সহকাৰী পৰিচাক ধ্ৰুৱজ্যোতি বৰা বিহালী মণ্ডলৰ সভাপতি লাচিত বৰা,বিহালী বিজেপি মণ্ডল উপ সভাপতি দীপক চাহুকে
ধৰি অঞ্চলটো বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।আনহাতে বিধায়ক ৰঞ্জিত দত্তই বাগিচাৰ খনৰ সমস্যাটো সমাধান কৰাত বাগিচাৰ শ্ৰমিক সকল সুখী হোৱা বুলি প্ৰকাশ কৰে বাগিচা খনৰ মুখ্য পৰিচালক মনোৰঞ্জন তালুকদাই লগতে ধন্যবাদ জ্ঞাপন কৰিছ পৰিচালক গৰাকীয়ে।

Leave A Reply

Your email address will not be published.