‘অসম মন্ত্ৰীসভাৰ মই আটাইতকৈ কনিষ্ঠ মন্ত্ৰী। অখিল গগৈয়ে প্ৰশংসা কৰিলেও উটি-ভাহি নেযাওঁ।
কমলাক্ষই সমালোচনা কৰিলেও মই হতাশ নহওঁ। মই মোৰ কাম কৰি গৈছোঁ, কাম কৰাই মোৰ লক্ষ্য। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কাম কৰি আছোঁ, কাম কৰি যাম।
‘ অখিল গগৈ, কমলাক্ষ দে’ পুৰকায়স্থৰ মন্তব্যৰ প্ৰতিক্ৰিয়া পীযূষ হাজৰিকাৰ।