Breaking

অসমীয়া সাহিত্যৰ ভঁৰাল ধনাঢ্য কৰা হীৰেন ভট্টাচাৰ্যৰ পুণ্যতিথিত সশ্ৰদ্ধৰে প্ৰণাম জনাইছোঁ

0 1,565

“তুমিটো জানাই

এই কবিৰ আৰু একো নাই।

এটাই মাথোঁ কামিজ

তাৰো ছিগো-ছিগো চিলাই।

প্ৰেম নিশ্চয় এনেকুৱাই

আৱৰণ খুলি হৃদয় জুৰায়”

“সুগন্ধি পখিলা” ৰ কবি ৰূপে খ্যাত হীৰেন ভট্টাচাৰ্য অসমীয়া কবিতাৰ এক প্ৰসিদ্ধ নাম ৷ হীৰুদা নামে পৰিচিত হীৰেন ভট্টাচাৰ্যৰ কবিতা অসমীয়া কবিতাপ্ৰেমী খুবেই জনপ্ৰিয় ৷ তেওঁৰ বিষয়ে লিখি হয়তো শেষ কৰিব নোৱাৰি। অতুলীয় সৃষ্টিৰে অসমীয়া সাহিত্যৰ ভঁৰাল ধনাঢ্য কৰা এই গৰাকী মহীৰূহক পুণ্যতিথিত সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।

Leave A Reply

Your email address will not be published.