Breaking

গৌৰীপুৰত ক্ৰিকেটৰ নামত অবৈধ জুৱা খেল

0 27

গৌৰীপুৰত ক্ৰিকেটৰ নামত অবৈধ জুৱা খেল ।
ক্ৰিকেটৰ নামত জুৱাৰুৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষীৰ অভিযান। অভিযানত আটক এগৰাকী জুৱাৰী ।

গৌৰীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এক গোপন সূত্ৰৰ ভিত্তিত গৌৰীপুৰ মধুশলমাৰী বৰুৱাভিটা অঞ্চলৰ পৰা সহিদুৰ ৰহমান নামৰ এগৰাকী ক্ৰিকেট জুৱাৰীক আটক কৰাৰ লগতে নগত আৰৈলাখ টকা সহ তিনিটাকৈ মোবাইলফোন জব্দ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে গৌৰীপুৰ আৰক্ষীয়ে জুৱাৰি গৰাকীক আটক কৰি থানালৈ আনি অধিক তথ্যৰ বাবে সোধ পোচ অব্যাহত ৰাখিছে।

Leave A Reply