Breaking

২০২৫ চনত ইংলেণ্ডৰ বিৰুদ্ধে ৫খন টি-২০ আৰু ৩খন এদিনীয়া শৃংখলাত অংশগ্ৰহণ কৰিব ভাৰতীয় মহিলা ক্ৰিকেট দলে…

0 21

২০২৫ চনত ইংলেণ্ডৰ বিৰুদ্ধে ৫খন টি-২০ আৰু ৩খন এদিনীয়া শৃংখলাত অংশগ্ৰহণ কৰিব ভাৰতীয় মহিলা ক্ৰিকেট দলে। ২৮ জুন ২০২৫ৰ পৰা আৰম্ভ হ’ব টি-২০ শৃংখলা।

আনহাতে ২০ জুন ২০২৫ৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে ৫ খনীয়া টেষ্ট শৃংখলাত অংশগ্ৰহণ কৰিব ভাৰতীয় ক্ৰিকেট দল।

ইতিমধ্যে ইংলেণ্ডৰ বিৰুদ্ধে ৫খন টেষ্ট মেচৰ প্ৰকাশ পালে সূচী। ৰোহিত শৰ্মাৰ নেতৃত্বত ইংলেণ্ডলৈ যাব ভাৰতীয় দলটো।

Leave A Reply

Your email address will not be published.