ছয়গাঁৱৰ খাৰাভাঙ্গাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত! নিহত দুজন…

ছয়গাঁৱৰ খাৰাভাঙ্গাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত দুজন।নিহত ব্যক্তি দুজন ছয়গাঁও চৌধুৰীখাটতৰ নয়ন নাথ আৰু ক্ষীৰেন দাস।

মাজনিশা AS-01LC -3241 সামগ্ৰি কঢ়িওৱা ট্ৰেইলৰ আৰু AS-01FR-5155 ছুইফট বাহনৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। এই ভংকৰ দুৰ্ঘটনাৰ পিছতে অঞ্চলটোৰ শোকাকুল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে।

Related Articles