অসমত ইতিহাস হোৱাৰ দিশে ক’ভিড!

অসমত ইতিহাস হোৱাৰ দিশে ক’ভিড। যোৱা ২৪ ঘণ্টাত মাত্ৰ দুজন ব্যক্তিৰ দেহত পোৱা গৈছে ক’ভিড ভাইৰাছ। ৰাজ্যত মুঠ ২,৩৫০গৰাকী লোকে ক’ভিড পৰীক্ষা কৰিছিল যদিও ইয়াৰ দুগৰাকীৰ দেহতহে পোৱা গৈছে ক’ভিড ভাইৰাছ।

২৪ ঘণ্টাত অসমত এজনো লোকৰ ক’ভিডত মৃত্যু হোৱা নাই। শুকুৰবাৰে ৯জন লোক আক্ৰান্ত হৈছিল ক’ভিডত।

Related Articles