Breaking

কাছাৰৰ কালাইনত পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ…

0 26

কাছাৰৰ কালাইনত চাঞ্চল্যকৰ হত্যাকাণ্ড। পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ।

চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা স্বামীক। সজল সিনহা নামৰ লোকজনক হত্যা পত্নীৰ। স্বামী সজল সিনহাৰ ঘৰ কৰিমগঞ্জ জিলাত।

হত্যাকাৰী পত্নী সুৰ্বণা সিনহাক গ্ৰেপ্তাৰ আৰক্ষীৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Leave A Reply

Your email address will not be published.