Breaking

যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক…

0 29

যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা ৷

পত্নী-পুত্ৰই জীৱন্তে জ্বলাই দিলে পালোৱান নামৰ এজন লোকক ৷

আৰক্ষীয়ে ঘেৰাও কৰিছে ঘটনা সংঘটিত হোৱা মুৰমুৰীয়াৰ বাগানৰ ২৭নং লাইন ৷

Leave A Reply