Breaking

দেৰগাঁৱৰ যুৱ সাংবাদিক বিদ্বান বৰদলৈ লৈ অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ Excellence In Journalism Award 2024…

0 15

অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ উদ্যোগত ২৯জুন শনিবাৰে ডিব্ৰুগড়ৰ হাতখোলাত ৰঙ্গমঞ্চত অনুষ্ঠিত সভাত দেৰগাঁৱৰ যুৱ সংবাদদাতা বিদ্বান বৰদলৈক Excellence In Journalism Award 2024 প্ৰদান কৰে। দেৰগাঁৱৰ দাধৰাৰ বাৰেঘৰীয়া গাঁৱৰ নিবাসী বঁটা প্ৰাপক বৰদলৈয়ে ছাত্ৰ জীৱনৰ পৰাই লিখামেলাৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত ওতপ্ৰোত ভাবে জড়িত হৈ আছে।

বৰদলৈ দেৰগাঁও সাহিত্য সভা,গোলাঘাট জিলা কবি সন্মিলন, গোলাঘাট জিলা প্ৰেছ ক্লাবৰ সদস্য হিচাপে লগতে অল ইণ্ডিয়া জাৰ্ণেলিষ্ট ইউনিয়নৰ গোলাঘাট জিলাৰ সম্পাদক হিচাপে সেৱা আগবঢ়াই আহিছে।

Leave A Reply