Breaking

মিছ দিবা ইউনিভাৰ্ছ ২০২৩ ত জিলিকিল চণ্ডীগড়ৰ শ্বেতা শাৰদ…

0 64

মডেল শ্বেতা শাৰদে মিছ দিবা ইউনিভাৰ্ছ ২০২৩ । ২২ বছৰীয়া স্বেতা ঘৰ চণ্ডীগড়ত। দিল্লীৰ সোনাল কুক্ৰেজা মিছ দিবা ছুপাৰ ইন্টাৰনেচনেল। কৰ্ণাটকৰ তৃষা চেত্ৰী মিছ দিবা তৃতীয় । শ্বেতা শাৰদে চলিত বৰ্ষৰ ১৮ নৱেম্বৰত অনুষ্ঠিত হব লগা ৭২ সংখ্যক মিছ ইউনিভাৰ্ছত ভাৰতৰ হৈ অংশ গ্ৰহন কৰিব মধ্য আমেৰিকাৰ দেশ এল ছালভাডৰত। পোলেণ্ডত অনুষ্ঠিত হব লগ ১২ সংখ্যক মিছ ছুপাৰ ইন্টাৰনেচনেল অংশগ্ৰহণ কৰিব ভাৰতৰ হৈ ১৭ জুলাই ২০২৪ চনত।

উল্লেখ্য যে ২৭ আগষ্টত অনুষ্ঠিত হয় ১১ সংখ্যক মিছ দিবা ইউনিভাৰ্ছ মুম্বাইৰ দা ললিত । ইফালে শ্বেতা শাৰদে মিছ টেলেন্তেৰ লগতে মিছ বডী বিউতি উপ খিতাপ অৰ্জন কৰে।

Leave A Reply

Your email address will not be published.