Breaking

বিগত ২৪ ঘন্টাত সমগ্ৰ বাংলাদেশত একাধিক হিন্দু মন্দিৰক লক্ষ্য প্ৰতিবাদকাৰীৰ ! ইস্কন মন্দিৰত অগ্নিসংযোগ কৰাৰ পাছতেই পলায়ন কৰিলে ভক্তই…

0 46

বিগত ২৪ ঘন্টাত সমগ্ৰ বাংলাদেশত একাধিক হিন্দু মন্দিৰক লক্ষ্য প্ৰতিবাদকাৰীৰ। বাংলাদেশৰ মেহেৰপুৰৰ ইস্কন মন্দিৰত অগ্নিসংযোগ। ইস্কন মন্দিৰত অগ্নিসংযোগ কৰাৰ পাছতেই পলায়ন কৰিলে ভক্তই।

বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ আঁৰত ISIৰ হাত। অভিযোগ আমেৰিকাত থকা শ্বেখ হাছিনাৰ পুত্ৰ সজীৱ ৱাজেদ জায়ৰ এই বিস্ফোৰক অভিযোগ। বাংলাদেশৰ পৰিস্থিতিৰ পাছত দেশখনলৈ ঘূৰি নোযোৱাৰ সিদ্ধান্ত শ্বেখ হাছিনাৰ। ইয়াৰ পাছত ভাৰতৰ সীমান্তত BSFৰ হাই এলাৰ্ট জাৰি। নিৰাপত্তা ব্যৱস্থা অতি কটকটীয়া কৰি তোলা হৈছে সীমান্তত।

ইফালে বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনে সংখ্যালঘু আৰু সাংবাদিকৰ ওপৰত কৰা আক্ৰমণক গৰিহণা দিয়ে। কিন্তু ইয়াৰ মাজতে বাংলাদেশৰ বহু ঠাইত জাতিৰ জনক বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা হয়। তেওঁৰ স্মৃতি সংগ্ৰহালয়ত জুই লগাই দিয়া হয় য’ত ১৯৭৫ চনৰ ১৫ আগষ্টত তেওঁক হত্যা কৰা হৈছিল।

Leave A Reply

Your email address will not be published.