Breaking

ৰে’ল ষ্টেচনত অঘটন! চলন্ত ৰে’ল ইঞ্জিনৰ আগত পৰিল যুৱক…

0 92

নাজিৰা ৰে’ল ষ্টেচনত অঘটন।

সোমবাৰে নিশা লাইন পৰিভ্ৰমণ কৰা চলন্ত ৰে’ল ইঞ্জিনৰ আগত পৰিল যুৱক!

শিমলুগুৰি ৰে’ল জংচনৰ সমীপতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়!

যুৱকজনৰ নাম লাঠু আলী (২৬)!

শিমলুগুৰি ৰে’ল আৰক্ষীৰ তৎপৰতাত যুৱকজনৰখত মৃতদেহটো উদ্ধাৰ।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত ক্ষণত যুৱকজন সুৰাসক্ত হৈ ৰে’ল লাইনৰ কাষত অনাই বনাই ঘূৰি ফুৰাৰ অভিযোগ উঠিছে যদিও ঘটনা সন্দৰ্ভত ৰে’ল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে!

Leave A Reply

Your email address will not be published.