Breaking

বাঢ়িল ডিজেলৰ, নাবাঢ়িল পেট্ৰলৰ মূল্য ।

0 964

দৈনন্দিন বাৰ্তা ডেস্ক :

মূল্যবৃদ্ধিৰ চকা চলি থকাৰ মাজতে ১৭ দিনৰ পাছত থমকি ৰৈছে৷ দাম নাবাঢ়িল পেট্ৰলৰ৷ কিন্তু ১৮ দিনৰ দিনা ডিজেলৰ দাম বৃদ্ধি পায়৷ ডিজেলৰ দাম ৪৮ পইচা বৃদ্ধি পাইছে৷ ফলত দেশৰ ৰাজধানী দিল্লীত এক লিটাৰ ডিজেলৰ দাম ৭৯.‌৮৮ টকা হয়গৈ৷ আনহাতে বুধবাৰৰ দিনা গুৱাহাটীত পেট্ৰলৰ দাম ৮৩.৯৮ টকা আৰু ডিজেলৰ দাম ৭৮.৪৫ টকা৷ স্মৰ্তৱ্য যে ২০১৮ চনৰ নৱেম্বৰ মাহতো অনুৰূপ ধৰণেৰে পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি পাইছিল৷

Leave A Reply

Your email address will not be published.